• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক…

যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক…

4 years ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

39 seconds ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

28 minutes ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

2 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

3 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

4 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

5 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

6 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

6 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

6 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

7 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক…

editor by editor
October 22, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
যুৰীয়া কল খালেই যমজ সন্তান নহয়, যমজ সন্তান কেনেকৈ হয়? সবিশেষ জানিবলৈ ক্লিক কৰক…
0
SHARES
58.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমাজৰ বিভিন্ন লোকবিশ্বাস যে যুৰীয়া কল খালেই যমজ সন্তানৰ জন্ম হয়। বিজ্ঞানে যদিও ইয়াৰ অন্ধবিশ্বাস বুলিয়েই কৈ আহিছে তেনে ক্ষেত্ৰত এই বিষয়টো আজিও কিয় আমাৰ সমাজত প্ৰচলিত হৈ আছে? প্ৰকৃততে কেনেকৈ যমজ সন্তানৰ জন্ম হয়? এই বিষয় সন্দৰ্ভত জানিবলৈ বহুতেই আগ্ৰহী হৈ থাকে।

যমজ সাধাৰণতে দুই প্ৰকাৰৰ। বিজ্ঞানৰ ভাষাত আইডেণ্টিকেল আৰু নন- আইডেণ্টিকেল। সাধাৰণতে আইডেণ্টিকেল যমজ সন্তান জন্ম হয় এটা জাইগোটৰ পৰা আৰু নন-আইডেণ্টিকেল যমজৰ জন্ম হয় পৃথক জাইগোটৰ পৰা। এইখিনিতেই প্ৰশ্ন হয় জায়গোট কি?

সহজ অৰ্থত জাইগোট হৈছে পুৰুষৰ শুক্ৰাণুয়ে যেতিয়া স্ত্ৰীৰ ডিম্বানুত প্ৰবেশ কৰে তেতিয়া দুটি কোষ এটা হৈ এটা একক কোষৰ সৃষ্টি কৰে। ইয়াকেই জাইগোট বুলি কোৱা হয়। অৰ্থাৎ প্ৰাণৰ সূচনা হয় সেই একক কোষটোতেই। এই জাইগোটতো বাৰে বাৰে বিভাজিত হৈ একধৰণৰ কোষগুচ্ছ ভিতৰতেই তৈয়াৰ হয়। যি পুনৰ বিভাজিত হৈ ভ্ৰুণ তৈয়াৰ কৰে। এই ভ্ৰুণৰ পৰাই একোটা শিশুৱে জন্মলাভ কৰে।

সাধাৰণতে এটা জাইগোটৰ পৰা এটা শিশুৱেই জন্মলাভ কৰে। কিন্তু কিছু ক্ষেত্ৰত এটা জাইগোট বিভাজিত হৈ জৰায়ুৰ অন্য কোনো স্থানত পৃথক ভ্ৰুণ তৈয়াৰ কৰেগৈ। অৰ্থাৎ এটা জাইগোটৰ পৰাই দুটা ভ্ৰুণ তৈয়াৰ হয়। এনেদৰে জন্ম হোৱা শিশুক আইডেণ্টিকেল যমজ বুলি কোনা হয়। কাৰণ এই দুই শিশুৰ জাইগোট একেটাই। অৰ্থাৎ দুয়োৰে মাজত জিনগত বিভেদ নাই। সাধাৰণতে এনেদৰে জন্ম হোৱা সন্তান দুটি দেখাতো হুবহু একেই হয়।

আনহাতে যমজ কেতিয়াবা অন্যভাৱেও হয়। সাধাৰণতে প্ৰতিমাহে ডিম্বাশয়ত মাত্ৰ এটাহে ডিম্বানু তৈয়াৰ হয়। কিন্তু কেতিয়াবা এটা ডিম্বাশয়তেই দুটা ডিম্বানুৰ সৃষ্টি হয়। এই দুটা ডিম্বানুৰ একেলগে নিষেচন হ’লে যমজ সন্তানৰ জন্ম হয়। এই ক্ষেত্ৰত দুটা পৃথক জাইগোটতহে দুটা কোষৰ পৰা দুটা ভ্ৰুণৰ সৃষ্টি হয়। এনেদৰে জন্ম হোৱা যমজক নন-আইডেণ্টিকেল যমজ বুলি কোৱা হয়। নন আইডেণ্টিকেল যমজ দেখাত পৃথক হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

সপোনে পূৰ্ণতা পালে! চাহ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ উত্তীৰ্ণ হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

নাৰীক হত্যাৰ বাবেই নিজা সংবিধান! যৌন সম্ভোগ কৰিবলৈ মান্তি নহ’লে কৰা হ’ব গণধৰ্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.