• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া আকাশবাণী গুৱাহাটী…

এয়া আকাশবাণী গুৱাহাটী…

6 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

1 hour ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

2 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

3 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

3 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

4 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

6 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

এয়া আকাশবাণী গুৱাহাটী…

ষ্টুডিঅ’ত নিউজ ৰিডাৰৰ অভব্য আচৰণ

editor by editor
July 30, 2020 - Updated on July 31, 2020
in লেখা
0
এয়া আকাশবাণী গুৱাহাটী…
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্দীপ বর্মন

এগৰাকী বাতৰি পঢ়োতাৰ উদ্ভত আচৰণে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ ঘটনা পোহৰলৈ আহিছে আকাশবাণী গুৱাহাটীত৷ অসমীয়া জাতীয় জীৱনত বৰলুইতৰ দৰেই প্ৰৱাহমান এই গৌৰৱোজ্জ্বল অনুষ্ঠানটোত বিগত সপ্তাহত সংঘটিত হৈছে এই ঘটনা৷ আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়োতা তথা অনুবাদক(News reader cum translator) প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷ আকাশবাণী গুৱাহাটীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰায়ে ভুল উচ্চাৰণ, ভুল শব্দৰ প্ৰয়োগ, ভুল বাক্যৰে বাতৰি পৰিৱেশন কৰি আহিছিল হাজৰিকাই৷ আনকি মহামাৰী কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া তলাবন্ধ কাৰ্যসূচীক ‘হেঁপাহৰ লকডাউন’ বুলি উল্লেখ কৰি শ্ৰোতাৰ সমালোচনাৰো সম্মুখীন হৈছিল পঢ়ুৱৈগৰাকী৷ এনেবোৰ ধাৰাবাহিক ভুলৰ বাবেই শেহতীয়াকৈ বিভাগীয় তদন্ত আৰম্ভ হৈছিল প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে৷ এই তদন্তৰ শেষত হাজৰিকাক শাস্তিমূলক বদলি হিচাপে আন্দামানস্থিত আকাশবাণীৰ প’ৰ্টব্লেয়াৰ কেন্দ্ৰলৈ বদলি কৰা হয়৷ কিন্তু বদলিৰ এই নিৰ্দেশনা লাভ কৰাৰ পাছতো ২২জুলাইত বলপূৰ্বক ষ্টুডিঅ’ত প্ৰৱেশ কৰি বাতৰি পঢ়িবলৈ লয় বিতৰ্কিত হাজৰিকাই৷ কৰ্তৃপক্ষই হাজৰিকাক ষ্টুডিঅ’ৰ পৰা ওলাই আহিবলৈ কোৱাৰ পাছতো জোৰজৱৰদস্তি ষ্টুডিঅ’ৰ ভিতৰতে অভব‍্য আচৰণ আৰম্ভ কৰে হাজৰিকাই৷ পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটাত কেন্দ্ৰৰ নিৰাপত্তাৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলগীয়া এই অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আকাশবাণীৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, এই পৰিস্থিতিৰ পাছতেই এতিয়া প’ৰ্টব্লেয়াৰলৈ যাবলৈ মান্তি হৈছে প্ৰিয়ব্ৰত হাজৰিকা৷ যিসময়ত আকাশবাণীৰ শব্দ প্ৰয়োগ, উচ্চাৰণ তথা বাক্যৰ গাঁথনিক এক আদৰ্শ আৰ্হি হিচাপে অসমীয়া সমাজ জীৱনত গ্ৰহণ কৰি অহা হৈছে এনে সময়তেই বাতৰি পঢ়োতাগৰাকীৰ এই কাণ্ডত স্বাভাৱিকতে ভিতৰমহলত সৃষ্টি হৈছে এক অস্বস্তিকৰ পৰিৱেশৰ৷

অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটীৰ স্পষ্টীকৰণটো

ইতিমধ‍্যে অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটীয়েও এক স্পষ্টীকৰণত বাতৰি পৰিৱেশকগৰাকীৰ বিৰুদ্ধে দীর্ঘদিন ধৰি উত্থাপিত হৈ অহা অভিযোগৰ সত‍্যাসত‍্য স্বীকাৰ কৰিছে। স্পষ্টীকৰণটোত পৰিৱেশকগৰাকীৰ বদলিৰ সৈতে আকাশবাণীৰ আঞ্চলিক বাতৰি বন্ধ কৰা, অসমীয়া ভাষাক এলাগী কৰা অথবা অসমীয়া যুৱক-যুৱতীক এই ৰাজহুৱা মাধ‍্যমত কাম কৰাৰ পৰা বঞ্চিত কৰা ধৰণৰ কোনো কল্পনাশ্ৰয়ী ‘প্ৰতিষ্ঠানিক নীতি’ সংপৃক্ত হৈ থকা নাই বুলি দোহৰা হৈছে। বৰং অসমীয়াভাষী যুৱক-যুৱতীক বাতৰি বিভাগত নিয়োজিত কৰাৰ বাটহে প্ৰশস্ত কৰা হৈছে আৰু অতীশীঘ্ৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত কিছুসংখ‍্যক দক্ষ, নিপুণ আৰু আপোন মাতৃভাষাটো শুদ্ধকৈ কোৱা আৰু লিখিব পৰা যুৱক-যুৱতীক নিয়োজিত কৰা হ’ব। ইয়াৰ লগতে একাংশ সংবাদ মাধ‍্যমত বাতৰি পৰিৱেশক হাজৰিকাৰ বদলিক লৈ বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ হোৱা বুলিও অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী কর্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

(বর্মনৰ এই অভিমত নিজা। ‘অসম লাইভ ২৪’ এই অভিমতৰ বাবে জগৰীয়া নহয়)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: All india radio guwahatiasom live 24assam live 24axom live 24Sandeep barman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
Next Post
সৰিয়হৰ ডুলিতে ভূত

সৰিয়হৰ ডুলিতে ভূত

ৰাজ‍্যত কেনেদৰে চলিছে ক’ৰোনা ৰোগীৰ চিকিৎসা সেৱা

ৰাজ‍্যত কেনেদৰে চলিছে ক’ৰোনা ৰোগীৰ চিকিৎসা সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.