• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

9 months ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

4 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

5 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

6 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

7 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

7 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

8 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

9 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

9 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

10 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

10 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

10 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? আহমেদাবাদৰ ঘটনাৰ পৰা কথমপি ৰক্ষা, লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেই ভুল বাৰে বাৰে কৰিছে নেকি এয়াৰ ইণ্ডিয়াই৷ ফুৱেল কন্ট্ৰল ছুইচত একেই বিসংগতি৷ যি বিসংগতিৰ বাবে আহমেদাবাদত সংঘটিত হৈছিল ভয়ংকৰ সেই বিমান দুৰ্ঘটনা৷ এইবাৰো বিসংগতিপূৰ্ণভাৱেই লণ্ডনৰ পৰা উৰি আহি বাংগালুৰু পালেহি এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭ বিমান৷ এয়াৰ ইণ্ডিয়াৰ এখন বোয়িং ৭৮৭ ড্ৰিমলাইনাৰত সম্প্ৰতি বিসংগতি ধৰা কৰিছে৷ এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জনাইছে যে বিমানৰ বাওঁফালৰ ফুয়েল কন্ট্ৰল ছুইচ দুবাৰ ‘ৰান’ পজিছনত থাকিব নোৱাৰে৷ আৰু বিমানৰ ইঞ্জিন আৰম্ভ কৰাৰ সময়ত সেই চুইছ কাটঅফ পজিছনলৈ গুচি যায়৷ ইয়াৰপাছতেই গ্ৰাউণ্ডেড কৰা হয় এয়াৰ ইণ্ডিয়াৰ সেই বিমান৷

জনা গৈছে যে সোমবাৰে হিথৰোৰ পৰা বাংগালুৰুলৈ আহিছিল এ আই ১৩২ বিমানখন৷ সংবাদসংস্থা এ এন আইৰ সূত্ৰৰ খবৰ অনুসৰি পাইলটেই প্ৰথমে ফুয়েল কন্ট্ৰোল ছুইচৰ সমস্যাৰ কথা গম পায়৷ তাৰপিছতহে ব্যৱস্থা গ্ৰহণ কৰা হয়৷ এইবাৰো ঠিক তেনেকুৱাই হ’ল৷ বিমানৰ এজন পাইলটে প্ৰথমে এই সমস্যাৰ কথা জনায়৷ তেওঁ সন্দেহ কৰে যে ফুয়েল কন্ট্ৰোল ছুইচত কিছু ত্ৰুটি আছে৷ দ্ৰুত সেই সমস্যাৰ কথা জনায় পাইলটে৷ তাৰপিছত এয়াৰলাইন্স কৰ্তৃপক্ষই চোৱাচিতা কৰে বিমানখন৷

প্ৰাথমিকভাৱে পোৱা তথ্যৰ ভিত্তিত সেই নিৰ্দিষ্ট বিমানখন গ্ৰাউণ্ডেড কৰা হৈছে৷ যিয়ে এই বোয়িং তৈয়াৰ কৰিছিল তেওঁলোকেই এই সমস্যাও জানিব পাৰে৷ সেয়ে তেওঁলোকে এয়া পৰীক্ষা কৰে৷ জনা গৈছে যে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই সমস্ত বোয়িং ৭৮৭ এয়াৰক্ৰাফ্টৰ ফুয়েল কন্ট্ৰোল ছুইচৰ পৰীক্ষা কৰি আছে৷ অৱশ্যে কোনো সমস্যা এতিয়াও লাভ কৰা নাই৷ প্ৰসংগত উল্লেখ কৰা প্ৰয়োজন যে, ডি জি চি এৰ তৰফৰ পৰা এই নিৰ্দেশ দিয়া হৈছিল যে যাত্ৰীৰ নিৰাপত্তাই প্ৰাথমিক অগ্ৰাধিকাৰ হওক৷ কিন্তু এয়াৰ ইণ্ডিয়াই আকৌ সেই কথাক উলংঘন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
Next Post
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.