• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

5 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

7 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

7 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

8 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

9 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

12 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

12 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

13 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

14 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

14 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

15 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ প্ৰতীক্ষাৰ অৱসান৷ নতুন মুখ্যমন্ত্ৰী লাভ কৰিলে মণিপুৰে৷ মুখ্যমন্ত্ৰী হ’ব BJP নেতা যুমনাম খেমচান্দ সিং৷ মঙ্গলবাৰে দিল্লীত বিজেপিৰ পৰিষদীয় দলৰ বৈঠকত তেওঁকেই নেতা হিচাপে বাচি লোৱা হৈছে৷ ইয়াৰ ফলত ৰাজ্যত প্ৰায় ১ বছৰ ধৰি চলা ৰাষ্ট্ৰপতি শাসনৰ অৱসান ঘটিব৷

২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি আছিল৷ ৰাজনৈতিক অস্থিৰতা আৰু প্ৰশাসনিক সংকটৰ জোৰত নিৰ্বাচিত এন বীৰেণ সিঙৰ চৰকাৰ ভাঙি দিছিল কেন্দ্রই৷ অৱশেষত দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেত লাভ কৰি চৰকাৰ গঠনৰ কুচকাৱাচ আৰম্ভ কৰিছে বিজেপিয়ে৷

এই সিদ্ধান্তক স্বাগত জনাই বিজেপি বিধায়ক থোকচম ৰাধেশ্যাম সিঙে কৈছে, ‘জনগণৰ নিৰ্বাচিত চৰকাৰ আকৌ গঠন হোৱাটো জৰুৰী আছিল৷ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত আৰু খেমচান্দ সিঙৰ নেতৃত্বত আমি মণিপুৰৰ সমস্ত সমস্যাৰ সমাধান কৰিম৷

কোন এই যুমনাং খেমচান্দ সিং?

সিংজামেয়ি বিধানসভাই কেন্দ্ৰৰ পৰা ২০১৭ আৰু ২০২২ চনৰ পাছত দুবাৰ জয়ী হৈছিল খেমচান্দ সিং৷ মণিপুৰ বিধানসভাৰ স্পিকাৰ হিচাপে সফলভাৱে দায়িত্ব পালনৰ ওপৰিও এন বীৰেন সিং চৰকাৰৰ মন্ত্ৰীসভাত শিক্ষা, গ্ৰামোন্নয়ন আৰু আৱাসন দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ দায়িত্বত আছিল তেওঁ৷ এই ৰাজনীতিবিদৰ কান্ধতেই এইবাৰ মণিপুৰৰ শান্তি আৰু স্থিতাবস্থা উভতাই অনাৰ গুৰুদায়িত্ব দিলে পদ্মশিৱিৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.