• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

5 months ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

41 minutes ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

1 hour ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

10 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

11 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

12 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

12 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

13 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

13 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

14 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

15 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

16 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ ফেব্ৰুৱাৰী বুধবাৰ, আৰু এই দিনৰ অধিপতি গ্ৰহ বুধ আৰু অধিপতি দেৱতা হৈছে ভগৱান গণেশ৷ চন্দ্ৰই সিংহৰ পৰা কন্যা ৰাশিত গমন কৰিব৷ বৃহস্পতি চন্দ্ৰৰ একাদশ ঘৰত অৱস্থান কৰিব যাৰ ফলত বসুমান যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি চন্দ্ৰ, মঙ্গল আৰু বুধৰ অৱস্থানেও শুভ যোগ তৈয়াৰ কৰিব৷ ইয়াৰোপৰি মঙ্গল, শুক্ৰ আৰু সূৰ্যৰ সংযোগত ত্ৰিগ্ৰহী যোগ তৈয়াৰ হব৷ বুধবাৰ বৃষ, মিথুন, তুলা, বৃশ্চিক আৰু মীন ৰাশিৰ বাবে খুবেই শুভ হব৷

বুধবাৰৰ ভাগ্যবান ৰাশি

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে আনন্দদায়ক আৰু অনুকূল দিন হব৷ আপুনি একাধিক উৎসৰ পৰা উপকৃত হব৷ আপোনাৰ ব্যৱসায়িক আয় বৃদ্ধি পাব৷ আপোনাৰ কেৰিয়াৰক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি সহকৰ্মীৰ পৰা সহায়তা লাভ কৰিব৷ ভাল দিশ হৈছে আপুনি আপোনাৰ সংগীৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ বিলাসী সামগ্ৰী প্ৰতি থকা আকাঙ্ক্ষাও পূৰ্ণ হব৷ আপোনাৰ বাবে আৰু এক ভাল দিশ হৈছে আপুনি কৰ্মকৰ্তাসকলৰ পৰা সহযোগিতা আৰু সমৰ্থন পাব৷ আপোনাৰ অভিজ্ঞতা আৰু অতীতৰ সাফল্যৰ কারণে আপুনি সন্মান আৰু মৰ্যাদাও পাব পাৰে৷ ইতিবাচক দিশ হৈছে আপোৱাৰ কথা কোৱাৰ দক্ষতাই আপোনাক ভাল ফল দিব৷

মিথুন ৰাশি

ভাগ্যৰ দেৱতা মিথুন ৰাশিৰ জাতকৰ প্ৰতি সদয় থাকিব৷ আপোনাৰ তীক্ষ্ণ বুদ্ধি আৰু দক্ষতাৰে আপুনি উপকৃত হব৷ আপুনি আপোনাৰ অসমাপ্ত কামসমূহ সম্পন্ন কৰিবলৈ সক্ষম হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷ জটিল ধাৰণা হোৱা যিকোনো বিষয়ত সমাধান পাব পাৰে৷ আপোনাৰ বিৰোধীয়ে আপোনাৰ অগ্ৰগতি আৰু সাফল্যত ঈৰ্ষা কৰিব পাৰে৷ আৰ্থিক বিষয়ত ৰৈ থকা অৰ্থ আপুনি পুনৰুদ্ধাৰ কৰিব পাৰে৷ আপোনাৰ হেৰুওৱা অৰ্থও পুনৰুদ্ধাৰ হব পাৰে৷ আপুনি আপোনাৰ সন্তানৰ পৰাও সুখ পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবেও শুভ দিন হব৷ ভাগ্যই আপোনাক আৰ্থিক সুবিধা পোৱাত সহায় কৰিব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বেছি থাকিব পাৰে৷ দলগতভাৱে কাম কৰি পৰিস্থিতিৰ ভাৰসাম্য বৰ্তাই ৰখাত সহায়ক হব৷ পোছাক আৰু উপহাৰৰ ব্যৱসায়ত জড়িতসকলে বিশেষভাৱে উপকৃত হব পাৰে৷ আপুনি দীৰ্ঘদিন ধৰি ৰৈ থকা অৰ্থও পুনৰুদ্ধাৰ কৰিব পাৰে৷ আপুনি প্ৰযুক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ পৰা উপকৃত হব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে সন্মান আৰু মৰ্যাদা বৃদ্ধি হব৷ আপোনাৰ বুদ্ধিমত্তা রআউ চতুৰতা আপোনাৰ বাবে উপকাৰী হব৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতি আপোনাৰ বাবে উপকাৰী হব৷ মেনেজমেণ্টৰ সৈতে জড়িতসকলে বিশেষভাৱে উপকৃত হব৷ আপোনাৰ নক্ষত্ৰসমূহে ইংগিত দিয়ে যে আপুনি পূৰ্ববৰ্তী বিনিয়োগৰ সুবিধা লাভ কৰিব পাৰে৷ আপুনি চৰকাৰ সম্পৰ্কিত কামতো সাফল্য পাব পাৰে৷ দীৰ্ঘম্যাদী বিনিয়োগ কৰাও আপোনাৰ বাবে উপকাৰী হব৷ আপুনি সাহসী সিদ্ধান্ত লব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ বাবেও শুভ আৰু কল্যাণকৰ দিন হব৷ আপোৱাৰ কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে আপুনি আৰু বেছি লাভ আৰু সাফল্য অৰ্জন কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ পৰা আপুনি উপকৃত হব৷ পূৰ্ববৰ্তী কামে আপোনাৰ বাবে সুবিধা কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত আপোনাৰ আয় বৃদ্ধি পাব৷ আপুনি আপোনাৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন কিছু আৰম্ভ কৰিব পাৰে৷ পাৰিবাৰিক ব্যৱসায় পৰিচালনাকাৰীৰ বাবেও দিনটো ভালে যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.