• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

1 year ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

13 minutes ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

49 minutes ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

1 hour ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

2 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

2 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

4 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

4 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

5 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

5 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

5 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

6 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

editor by editor
June 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?
0
SHARES
613
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ বিপত্তি এয়াৰ ইণ্ডিয়াৰ বিমানত৷ সোমবাৰে লণ্ডনৰ পৰা মুম্বাইলৈ উভতাৰ পথত এয়াৰ ইণ্ডিয়াৰ এ আই ১৩০ বিমানৰ যাত্ৰী আৰু ক্ৰুসহ ১১ জন লোক হঠাৎ অসুস্থ হৈ পৰিছে৷ বিমানখনে যেতিয়া ৩৫ হাজাৰ ফুট উচ্চতাত আছিল তেতিয়াই এই ঘটনা ঘটিছে৷ প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে খাদ্য বিষক্ৰিয়াৰ কাৰণে এই অসুস্থতা হব পাৰে৷

এক সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি এ আই ১৩০ বিমানখন আছিল বোয়িং ৭৭৭৷ কেবিনত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত মূৰ ঘুৰোৱা আৰু অন্যান্য অসুস্থতাই দেখা দিয়াৰ সম্ভাৱনাও আছে৷ ধাৰণা কৰা হৈছে খাদ্য বিষক্ৰিয়াই হব পাৰে৷

এক বিবৃত্তিত এয়াৰ ইণ্ডিয়াই জনাইছে যে লণ্ডনৰ হিথৰোৰ পৰা মুম্বাইগামী ফ্লাইট এ আই ১৩০ত পাঁচজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰৰ মূৰ ঘূৰোৱা আৰু বমি বমি ভাৱ অনুভৱ কৰাৰ কথা জনাইছে৷ বিমানখন নিৰাপদে মুম্বাইত অৱতৰণ কৰিছে৷ লগে লগেই মেডিকেল টিমে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিছে৷ বিবৃতিত আকৌ জনোৱা হৈছে, ‘অৱতৰণৰ পাছত, দুই যাত্ৰী আৰু দুই কেবিন ক্ৰু যিসকলে অসুস্থ বোধ কৰি থাকে, তেওঁলোকে এই পৰীক্ষাৰ বাবে মেডিকেল ৰুমলৈ লৈ যোৱা হয় আৰু কিছু সময় পৰ্যবেক্ষণত ৰাখি এৰি দিয়া হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!
অপৰাধ

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

October 26, 2026
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!
বিনোদন

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

October 26, 2026
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা
অসম

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

October 26, 2026
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!
ভাৰত

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

October 26, 2026
Next Post
ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.