• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

1 year ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

46 minutes ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

2 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

3 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

4 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

21 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

22 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

22 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

23 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

24 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

1 day ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

editor by editor
June 24, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিছাক লৈ কাঢ়া হৈছে মাৰ্কিন প্ৰশাসন৷ এইবাৰ ষ্টুডেণ্ট ভিছা পাবলৈ বিদেশী ছাত্ৰ-ছাত্ৰীসকলে মানিব লাগিব কেইটামান চৰ্ত৷ আৰু যদি কোনোৱে এই সকলো চৰ্ত নামানে তেন্তে কৰ্তৃপক্ষই অবিলম্বে সেই ভিছা বাতিল কৰিব৷ এই বিষয়ক কেন্দ্ৰ কৰি দিল্লীৰ আমেৰিকা দূতাবাসৰ পৰা এক বিজ্ঞাপ্তি জাৰি কৰা হৈছে৷

কি কোৱা হৈছে সেই বিজ্ঞাপ্তিত?

বহুতেই উচ্চশিক্ষাৰ বাবে আমেৰিকালৈ যায়৷ তেওঁলোকে ষ্টুডেণ্ট ভিছাৰ বাবে আবেদন কৰিব লাগে৷ এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিছাৰ বাবে আবেদন কৰিব তেওঁলোকে ছচিয়েল মিডিয়াৰ একাউণ্ট পাব্লিক কৰিব লাগিব৷ মূলত জাতীয় নিৰাপত্তাৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লোৱা হৈছে৷ লগতে কোৱা হৈছে আবেদনকাৰীসকলে অৱশ্যেই তেওঁলোকৰ ছচিয়েল মিডিয়া একাউণ্ট পাব্লিক কৰিব লাগিব যাৰ জৰিয়তে তেওঁলোকৰ সমস্ত তথ্য যাতে চাব পাৰি৷ ইয়াৰ সৈতে আমেৰিকালৈ যোৱাৰ বাবে যিসকলে F, M, আৰু J নন ইমিগ্ৰেণ্ট ভিছাৰ আবেদন কৰিছে তেওঁলোকে ছচিয়েল মিডিয়া একাউণ্ট পাব্লিক কৰিব লাগিব৷ প্ৰতিটো ভিছাৰ সৈতে জাতীয় নিৰাপত্তা জড়িত৷

ছচিয়েল মিডিয়াৰ একাউণ্ট চাইহে তেওঁলোকে ভিছা পাবনে নাপায় সেই বিষয়ে সিদ্ধান্ত লোৱা হব৷ ইয়াৰোপৰি শিক্ষাৰ্থীসকলৰ একাউণ্ট চাই সিদ্ধান্ত লোৱা হব যে তেওঁলোকে আমেৰিকাত থাকিব পাৰিবনে৷ ছচিয়েল মিডিয়াত কোনো ধৰণৰ বিতৰ্কিত পোষ্ট কৰিলেও আবেদনকাৰীৰ ভিছা বাতিল কৰা হব৷ ইয়াৰ পূৰ্বেও বিদেশী ছাত্ৰ-ছাত্ৰীসকলৰ ভিছা সাময়িকভাৱে স্থগিত ৰাখিছিল আমেৰিকাই৷

উল্লেখ্য যে F ভিছা মূলত দিয়া হয় বিশ্ববিদ্যালয় শিক্ষাৰ্থীক, কলেজ বা অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ বাবে M, J ভিছা দিয়া হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
Next Post
মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.