• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

6 months ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

1 hour ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

2 hours ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

3 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

4 hours ago
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

4 hours ago
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

22 hours ago
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

23 hours ago
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

24 hours ago
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

1 day ago
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

1 day ago
২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

editor by editor
June 24, 2025
in বিবিধ, স্বাস্থ্য
0
মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান লিভাৰৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খাদ্যভাষ আৰু আধুনিক জীৱনযাত্ৰাৰ কাৰণে বিপুল সংখ্যক মানুহ ফেটি লিভাৰৰ চিকাৰ হৈছে৷ লিভাৰত চৰ্বি জমা হলে লিভাৰৰ কাৰ্যকাৰিতা ব্যাহত হবলৈ আৰম্ভ হয়৷ ই সমগ্ৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাই আৰু বহু সমস্যাৰ সৃষ্টি কৰে৷ ফেটি লিভাৰৰ সমস্যা যদি ষ্টেজ ১, ষ্টেজ ২ত থাকে তেন্তে সহজ উপায়েৰে কমোৱা সম্ভৱ হব পাৰে৷
চিকিৎসকৰ মতে ফেটি লিভাৰ কমাবলৈ খাদ্যভাষ নিয়ন্ত্ৰণ কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ৷ লিভাৰত জমা হোৱা চৰ্বি কমাবলৈ কেলৰি গ্ৰহণ কমাব লাগিব৷ উচ্চ ফেট আৰু চেনীযুক্ত খাদ্যৰ পৰা দূৰৈত থকা উচিত৷ ফাষ্ট ফুড, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাইৰ দৰে খাদ্যই লিভাৰত চৰ্বি জমা কৰে৷ এই খাদ্যসমূহ এৰাই চলক৷ এইসমূহৰ পৰিবৰ্তে তাজা ফল, সেউজীয়া পাচলি, গোটা শস্য আৰু প্ৰটিন সমৃদ্ধ খাদ্য খোৱা উচিত৷ ভাল খাদ্যই কেৱল লিভাৰকেই সুস্থ নাৰাখে, অতিৰিক্ত চৰ্বিও দূৰ কৰিব পাৰে৷ ফেটি লিভাৰৰ পৰা মুক্তি পাবলৈ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক৷
সপ্তাহত এদিন বা দুদিন উপবাস কৰিলেও শৰীৰৰ ভিতৰত জমা থকা মলি বাহিৰলৈ ওলাই আহিবলৈ আৰম্ভ কৰে যিয়ে লিভাৰৰ ওপৰত চাপ কমায় আৰু কাৰ্যকাৰিতা উন্নত কৰে৷ লিভাৰত জমা থকা চৰ্বি কমোৱাৰ ই এক প্ৰাকৃতিক উপায়৷ উপবাসৰ সময়ত মনত ৰখা প্ৰয়োজন যে শৰীৰত পৰ্যাপ্ত পানী আৰু পুষ্টি উপাদায় লাভ কৰাটো জৰুৰী৷
এই প্ৰক্ৰিয়া ধীৰে ধীৰে আৰম্ভ কৰক আৰু এটা কথাত লক্ষ্য ৰাখিব যে শৰীৰৰ যাতে কোনো ক্ষতি নহয়৷ উপবাসে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে৷ সপ্তাহত এদিন উপবাস কৰিলে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়৷
লিভাৰৰ চৰ্বি কমোৱাৰ বাবে ব্যায়ামো এক সহয় উপায়৷ প্ৰতিদিনে ৩০-৪০ মিনিট দৌৰা, সাঁতোৰা, জগিং কৰাৰ দৰে কাৰ্ডিঅ’ ৱাৰ্কআউট লিভাৰৰ বাবে উপকাৰী৷ ই শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰে আৰু লিভাৰে আৰু ভালধৰণে অক্সিজেন আৰু পুষ্টি গ্ৰহণ কৰে৷ প্ৰতিদিনে ব্যায়াম কৰিলে শৰীৰত চৰ্বি কমি যায় যি লিভাৰত জমা হৈ থাকে সেই চৰ্বিও কমে৷
এলক’হল আৰু ধূমপানে লিভাৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷ লিভাৰত জমা থকা চৰ্বি দূৰ কৰিবলৈ এলক’হল আৰু ছিগাৰেটৰ পৰা সম্পূৰ্ণৰূপে দূৰৈত থাক উচিত৷ লিভাৰত চৰ্বি জমাৰ প্ৰধান কাৰণ হৈছে এলক’হল, অন্যহাতে ধূমপানেও লিভাৰৰ কাৰ্যকাৰিতাক প্ৰভাৱিত কৰে৷ লিভাৰত জমা থকা চৰ্বি যদি কমাব খোজে তেন্তে এলকহল আৰু ধূমপান এৰাই চলক৷
লিভাৰৰ স্বাস্থ্যৰ বাবে পানী পান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ প্ৰতিদিনে পৰ্যাপ্ত পানী পান কৰিলে লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়৷ ই লিভাৰৰ প্ৰাকৃতিক ডিটক্স প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে৷ দিনত কমপক্ষেও ৮-১০ গ্লাছ পানী পান কৰা উচিত৷ ই শৰীৰক হাইড্ৰেটেড ৰাখে আৰু লিভাৰকো সুস্থ ৰাখে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্যই লিভাৰক সুস্থ ৰখাৰ বাবে খুবেই উপকাৰী৷ আঙুৰ, নেমু, কমলা, গাজৰ আৰু পালেং শাক লিভাৰৰ বাবে খুবেই ভাল বুলি কোৱা হয়৷ এই খাদ্যসমূহত থকা এণ্টিঅক্সিডেণ্টে লিভাৰক ফ্ৰি ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা
জীৱনশৈলী

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

December 7, 2025
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

December 7, 2025
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

December 7, 2025
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

December 7, 2025
Next Post
কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

বয়স মাত্ৰ ২৩, মহাকাশলৈ আন এগৰাকী ভাৰতীয় কন্যা, জাহ্নৱীৰ এই যাত্ৰাৰ বাবে আপুনিও জনাওক শুভেচ্ছা

বয়স মাত্ৰ ২৩, মহাকাশলৈ আন এগৰাকী ভাৰতীয় কন্যা, জাহ্নৱীৰ এই যাত্ৰাৰ বাবে আপুনিও জনাওক শুভেচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.