• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

1 year ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

20 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

39 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

56 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?

editor by editor
June 24, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া লাভ কৰিব ২০ তম কিস্তিৰ ধন?
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেশৰ কোটি কোটি কৃষকৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আগন্তুক কিস্তি অৰ্থাৎ ২০ তম কিস্তিৰ অপেক্ষাত আছে কৃষকসকল৷ পি এম কিষাণ যোজনা কেন্দ্ৰীয় চৰকাৰৰ অত্যন্ত জনপ্ৰিয় এক স্কিম৷ এই যোজনাত দেশৰ কৃষকসকলক বাৰ্ষিক ৬০০০ টকাৰ আৰ্থিক সহায়তা প্ৰদান কৰা হয়৷ তিনিটা কিস্তিত ২০০০ টকাকৈ কৃষকসকলৰ একাউণ্টত প্ৰতি চাৰি মাহৰ অন্তৰে অন্তৰে ডাইৰেক্ট ট্ৰেন্সফাৰ কৰা হয় এই ধন৷
যোজনাৰ ১৯ তম কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহত ট্ৰেন্সফাৰ কৰা হৈছিল৷ স্বাভাৱিকভাৱেই বহুতে ধাৰণা কৰিছে যে চলিত মাহৰ শেষত বা জুলাই মাহৰ আৰম্ভণিতে ২০ তম কিস্তিৰ ধন একাউণ্টত সোমাব৷ কিন্তু বৰ্তমানলৈকে কোনো চৰকাৰী বিজ্ঞাপ্তি জাৰি কৰা হোৱা নাই৷ আপুনি যদি এই যোজনাৰ সুবিধাভোগী তেন্তে অৱশ্যেই চেক কৰক এই ৪টা বিষয়৷ অন্যথা লাভ নকৰিব পাৰে ধন৷
  • আধাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক৷ আপোনাৰ বেংক একাউণ্ট নম্বৰ আৰু আধাৰ লিংক নাথাকিলে যোজনাৰ ধন নাপাব পাৰে৷ দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক৷ ই কেওৱাইছি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷ PM-Kisan প্ৰকল্পৰ টকা পাবলৈ e-KYC কৰাটো বাধ্যতামূলক৷ আপুনি দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক৷
  • ই কেৱাইছি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷ PM-Kisan প্ৰকল্পত টকা পাবলৈ e-KYC কৰাটো বাধ্যতামূলক৷ আপুনি যদি এতিয়াও e-KYC নাই কৰা তেন্তে দ্ৰুততৰভাৱে এয়া সম্পূৰ্ণ কৰক৷ আপুনি PM-Kisan পৰ্টেলৰ মাধ্যমেৰে অনলাইন বা নিকটবৰ্তী CSC (Common Service Centre)-লৈ গৈ এই প্ৰক্ৰিয়া শেষ কৰিব পাৰে৷ e-KYC নাথাকিলে কিস্তিৰ টকা ৰৈ যাব পাৰে৷
  • আপোনাৰ নামত মাটিৰ ৰেকৰ্ড চৰকাৰী ডাটাবেছ সঠিকভাৱে আপডেট কৰা আছেনে নাই সেয়া চেক কৰক৷ ভুল বা অসম্পূৰ্ণ মাটিৰ তথ্য থাকিলে কিস্তি বাতিল হব পাৰে৷
  • নাম আৰু অন্যান্য ডকুমেণ্ট মিলিছে নে নাই সেয়াও চোৱা হয়৷ আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু ৰেজিষ্ট্ৰেচনত দিয়া নামৰ মাজত মিল নাথাকিলে ধন নাপাব পাৰে৷ সকলো নথিত সঠিক নাম আৰু তথ্য আপডেট আছেনে নাই সেয়া পৰীক্ষা কৰক৷
কোনে কোনে পি এম কিষাণ যোজনাৰ সুবিধা পাব?
  1. ভাৰতৰ নাগৰিব হব লাগিব৷
  2. আপোনাৰ নামত কৃষিভূমি থাকিব লাগিব৷
  3. মাহত ১০ হাজাৰ টকাতকৈ বেছি পেঞ্চনভোগীয়ে এই সুবিধা নাপায়৷
  4. আয়কৰ ৰিটাৰ্ণ দিলে আপুনি সেই সুবিধা নাপায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
বয়স মাত্ৰ ২৩, মহাকাশলৈ আন এগৰাকী ভাৰতীয় কন্যা, জাহ্নৱীৰ এই যাত্ৰাৰ বাবে আপুনিও জনাওক শুভেচ্ছা

বয়স মাত্ৰ ২৩, মহাকাশলৈ আন এগৰাকী ভাৰতীয় কন্যা, জাহ্নৱীৰ এই যাত্ৰাৰ বাবে আপুনিও জনাওক শুভেচ্ছা

হাতৰ আঙুলিয়েই কৈ দিয়ে আপুনি অৰ্থবান হোৱাৰ সম্ভাৱনা আছেনে? মধ্যমাৰ এই লক্ষণতেই বুজা যায় অৰ্থভাগ্য

হাতৰ আঙুলিয়েই কৈ দিয়ে আপুনি অৰ্থবান হোৱাৰ সম্ভাৱনা আছেনে? মধ্যমাৰ এই লক্ষণতেই বুজা যায় অৰ্থভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.