• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

4 months ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

42 minutes ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

2 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

4 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

5 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

6 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

7 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

editor by editor
May 27, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ মাটিৰ পৰা আটলাণ্টিক পাৰ হৈ সুদূৰ আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ উদ্দেশ্যে যাত্ৰা কৰিছিল বিমানখনে৷ ঘড়ীৰ কাঁটাত সময় আগুৱাইছিল৷ এঘণ্টা, দুঘণ্টাকৈ মুঠ আঁঠ ঘণ্টা সময় বাগৰিছিল৷ যাত্ৰীয়ে যেতিয়া মাজআকাশত আটলাণ্টিক পাৰ হৈ আমেৰিকাৰ মাটিত ভৰি দিয়া বুলি ভাৱিছিল তেতিয়াই ঘটিছিল অবিশ্বাস্য ঘটনা৷ মাজ আকাশৰ পৰা ইউটাৰ্ণ লৈ বিমানখন উভতি আহিছিল আকৌ দিল্লীলৈকে৷ দিল্লীৰ আন্তৰ্জাতিক বিমানবন্দৰত লেণ্ডিং কৰিছিল বিমানখনে৷ ৮ঘণ্টাৰ পাছত নিজকে আকৌ দিল্লীত দেখি আচৰিত হৈছিল যাত্ৰীসকলো৷

২৩০জন যাত্ৰী লৈ এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭-৩০০ ই আৰ বিমানৰ এনে অদ্ভুত প্ৰত্যাবৰ্তনক লৈ বুধবাৰে সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দেখা গৈছে৷ কিয় ৮ঘণ্টাৰ আকাশত ঘূৰি আকৌ দিল্লীলৈ উভতি আহিল ফ্লাইটখন?

কি ঘটিছিল মাজ আকাশত?

এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা বিবৃত্তিত জনোৱা হৈছে যে বিমানখনত এক অত্যন্ত জটিল প্ৰযুক্তিগত বিভ্ৰাট বা যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছিল৷ ঠিক কি ধৰণৰ যান্ত্ৰিক ত্ৰুটি সেয়া স্পষ্ট নহয়৷ এভিয়েছন বিশেষজ্ঞসকলে কৈছে যে দুৰণিবটীয়া আন্তৰ্জাতিক উৰাণৰ ক্ষেত্ৰত মাজআকাশত সামান্য ত্ৰুটি দেখা দিলেও সমুদ্ৰৰ ওপৰেৰে যোৱাৰ ৰিস্ক লোৱা নহয়৷ সুৰক্ষাৰ স্বাৰ্থতেই পাইলটে বিমানখন আকৌ ভাৰতৰ প্ৰধান বিমানবন্দৰলৈ উভতাই অনাৰ সিদ্ধান্ত লয়৷ এয়াৰ ইণ্ডিয়াই জনাইছে যে বিমানখনে নিৰাপদে অৱতৰণ কৰিছে আৰু ২৩০ জন যাত্ৰীক বিকল্প বিমানেৰে ছান ফ্ৰান্সিছকো পঠিওৱাৰ ওপৰিও অপেক্ষাৰ সময়খিনি বিশেষ হোটেলত ৰখাৰ ব্যৱস্থা কৰা হয়৷

মে মাহৰ দুবাৰকৈ একেই বিভ্ৰাট কিয়?

এই ঘটনাক কেন্দ্ৰ কৰি বিমান যাত্ৰীসকলৰ একাংশৰ মনত উদ্বেগ বাঢ়িছে৷ কাৰণ বিগত ২১ মে’ত বাংগালুৰুৰ পৰা দিল্লীগামী এয়াৰ ইণ্ডিয়াৰ অন্য এখন ফ্লাইটৰ ক্ষেত্ৰতো অৱতৰণৰ সময়ত বিমানখনৰ ইঞ্জিনত জুই লাগিছিল৷ বিশেষজ্ঞই কৈছে যে এসপ্তাহৰ ভিতৰত দুখনকৈ বিমানত এনে উৰণ বিভ্ৰাটে সংস্থাৰ ৰক্ষণাবেক্ষণৰ ঘাটিৰেই ইংগিত দিছে৷ সংস্থাই বাৰে বাৰে দাবী কৰি আহিছে যে যাত্ৰীসুৰক্ষাই তেওঁলোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ৷ কিন্তু তাৰমাজতো ভাৰতৰ অসামৰিক উৰাণ পৰিবহন নিয়ন্ত্ৰক সংস্থা, DGCA-ৰ পক্ষৰ পৰাও এই বিষয়ে এতিয়াও কোনো বিবৃতি দিয়া বা পদক্ষেপ লোৱা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.