• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ

কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ

1 year ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

11 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

12 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

12 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

13 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

13 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

14 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

15 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

16 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

17 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

18 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ

editor by editor
April 3, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ

দেশৰ দ্বিতীয় জনপ্ৰিয় টেলিকম কোম্পানী এয়াৰটেলে গ্ৰাহকৰ বাবে এক বিশেষ ৰিচাৰ্জ প্লেন আহিছে, যিয়ে গ্ৰাহকক ১ বছৰৰ বাবে ৰিচাৰ্জ কৰি থকাৰ পৰা মুক্ত কৰিব। তাকো পাব একেবাৰে কম মূল্যত।

এয়াৰটেলে ৩৬৫ দিনৰ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰি ৩.৮ কোটি গ্ৰাহকক এক ডাঙৰ উপহাৰ আগবঢ়াইছে। এয়াৰটেলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে সস্তা বাৰ্ষিক পৰিকল্পনা আনিছে।

২০২৪ চনৰ জুলাই মাহত এয়াৰটেল, জিঅ’ আৰু ভিয়ে নিৰ্বাচিত প্লেনৰ মূল্য বৃদ্ধি কৰিছিল, তাৰ পিছত দীৰ্ঘদিনীয়া বৈধতা প্লেনক ব্যৱহাৰকাৰীসকলৰ মাজত অগ্ৰাধিকাৰ দিয়া আৰম্ভ হৈছে। এয়াৰটেলে নিজৰ কোটি কোটি গ্ৰাহকক লং ভেলিডিটি প্লেনৰ সুবিধা দিছে।

এয়াৰটেলৰ নতুন ৩৬৫ দিনৰ ৰিচাৰ্জ প্লেন মাথো ২২৪৯ টকাত প্ৰৱৰ্তন কৰিছে। মাত্ৰ ২,২৪৯ টকা খৰচ কৰি এবছৰৰ বাবে ৰিচাৰ্জ কৰি থকাৰ পৰা সকাহ পাব লগতে অযথা খৰচৰ পৰাও সকাহ পাব। কোম্পানীটোৱে দাবী কৰিছে যে এই ৰিচাৰ্জ প্লেনত উন্নত নেটৱৰ্ক সেৱা থাকিব যিয়ে গ্ৰাহকক ৩৬৫ দিনৰ বাবে কলিং, ডাটা, এছএমএছ আৰু অন্যান্য সুবিধা প্ৰদান কৰিব।

এই ২,২৪৯ টকীয়া প্লেনত আনলিমিটেড কলিং ফেচিলিটি আছে। ইয়াৰ লগে লগে ব্যৱহাৰকাৰীয়ে স্থানীয় আৰু এছটিডি কলিং দুয়োটাৰে সুবিধা লাভ কৰে। ইয়াৰ উপৰিও মুঠ ৩৬০০ বিনামূলীয়া এছএমএছৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। লগতে এই সস্তীয়া বাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে মাহত ৩০জিবি ডাটা পাব। ইয়াৰ উপৰিও বিনামূলীয়া হেল’টিউনৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে এই প্লেনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AirtelAnnual Plane
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
১ বছৰৰ পাছত সূৰ্যৰ মহাগোচৰ, শুই থকা ভাগ্য উদয় হ’ব ৫ ৰাশিৰ

১ বছৰৰ পাছত সূৰ্যৰ মহাগোচৰ, শুই থকা ভাগ্য উদয় হ'ব ৫ ৰাশিৰ

লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.