• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

1 year ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

4 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

5 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

5 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

7 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

7 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

8 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

9 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

10 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

11 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

editor by editor
April 4, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভাৰ পাছত মাজ নিশা ৰাজ্যসভাতো গৃহীত ৱাকফ সংশোধনী বিধেয়ক, সপক্ষে ১২৮টা ভোট

অৱশেষত সকলো বিতৰ্কৰ অন্ত পেলাই লোকসভাৰ পাছত মাজনিশা ২.৩০ বজাত ৰাজ্যসভাতো গৃহীত হয় বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক।

ৰাজ্যসভাত বিধেয়ক খনৰ পক্ষত ভোট আহে ১২৮ টা ভোট আৰু বিধেয়কৰ বিৰুদ্ধে ৯৫টা ভোট লাভ কৰি ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হয়।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক দাখিল কৰি কংগ্ৰেছ দল আৰু বিৰোধী সাংসদসকলক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। বিধেয়কখনে মুছলমান সম্প্ৰদায়ৰ অধিকাৰত ভৰি নিদিয়ে বুলি পুনৰ উল্লেখ কৰি ৰিজিজুৱে কয় যে এই বিধেয়কখনৰ ধৰ্মৰ কোনো সম্পৰ্ক নাই বৰঞ্চ কেৱল সম্পত্তিৰ সৈতেহে আলোচনা হ’ব।

উল্লেখ্য যে, লোকসভাত বিধেয়ক খনৰ পক্ষত -২৮৮ টা ভোট আৰু  বিপক্ষত- ২৩২ টা ভোট পৰাৰ পাছত লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত দাখিল কৰা হৈছিল, এতিয়া ৰাজ্য সভাতো গৃহীত হয় বিধেয়ক খন। এতিয়া কেৱল অপেক্ষা ৰাষ্ট্ৰপতিৰ স্বাক্ষৰলৈ। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত হব এই বিধেয়ক।

এতিয়াৰ পৰা কি কি সুবিধা হব এই বিধেয়কৰ জৰিয়তে-

সম্পত্তিৰ অনলাইন ৰেকৰ্ডিং – ৱাকফৰ সম্পত্তিৰ তথ্য অনলাইন পৰ্টেলত উপলব্ধ হ’ব।
পঞ্জীয়ন প্ৰক্ৰিয়া অনলাইন হ’ব – সম্পত্তিৰ পঞ্জীয়ন এতিয়া ডিজিটেলভাৱে কৰা হ’ব।
ছমাহৰ ভিতৰত তথ্য দিব লাগিব – ছমাহৰ ভিতৰত ৱাকফ ব’ৰ্ডে নিজৰ সকলো সম্পত্তিৰ সবিশেষ দিয়াটো বাধ্যতামূলক হ’ব।
কঠোৰ অডিট নিয়ম – কেগে নিযুক্তি দিয়া অডিটৰসকলে ৱাকফৰ সম্পত্তি পৰীক্ষা কৰিব।
ন্যায়িক সংস্কাৰ – ৱাকফ ন্যায়াধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব।
তদন্ত প্ৰক্ৰিয়া শক্তিশালী কৰা হ’ব – সংগ্ৰাহক পৰ্যায়ৰ ওপৰৰ বিষয়াসকলে ৱাকফ গোচৰৰ তদন্ত কৰিব।

উল্লেখ্য যে, ভাৰতৰ ৱাকফ ব’ৰ্ডৰ ৯.৬ লাখ একৰ মাটি আছে যদিও অপব্যৱস্থাপনা আৰু বেদখলৰ বাবে ইয়াৰ সঠিক ব্যৱহাৰ কৰা হোৱা নাই। কাটাৰ আৰু তুৰ্কিয়েৰ দৰে দেশত ৱাকফৰ সম্পত্তি কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত পৰিচালিত হয়, যাৰ ফলত স্বচ্ছতা বজাই ৰখা হয়।

ৱাকফ সংশোধনী বিধেয়কখনৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তিৰ সুৰক্ষা, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা। ইয়াৰ দ্বাৰা দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে ৱাকফৰ সম্পত্তিৰ সঠিক ব্যৱহাৰ নিশ্চিত হ’ব আৰু দুৰ্নীতি ৰোধ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Rajya SabhaWaqf BillWaqf Bill Passed in RajyaSabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত হ’ব লগা ‘ৱাকফ’ৰ পৰা কি লাভ মুছলিম মহিলাৰ !

ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত হ'ব লগা 'ৱাকফ'ৰ পৰা কি লাভ মুছলিম মহিলাৰ !

শোকস্তব্ধ বলীউড, প্ৰবীন অভিনেতা মনোজ কুমাৰ তথা ভাৰত কুমাৰৰ চিৰ বিদায়

শোকস্তব্ধ বলীউড, প্ৰবীন অভিনেতা মনোজ কুমাৰ তথা ভাৰত কুমাৰৰ চিৰ বিদায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.