• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

1 year ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

33 minutes ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

1 hour ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

3 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

4 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

5 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

6 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

19 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

editor by editor
February 10, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা

বলীউডৰ নায়িকা তথা বিশ্বসুন্দৰী হিচাপে নাম থকা ঐশ্বৰ্যৰ সৌন্দৰ্যৰ কথা সকলোৱে জ্ঞাত। যাৰ বাবে কেৱল বলীউডতেই নহয়, হলীউডতো কেইবাখনো চবিত কাম পাইছিল ঐশ্বৰ্যই। কিন্তু তাৰেই মাজৰ এখন ছবি নাকচ কৰিছিল ঐশ্বৰ্যই, যি পাছলৈ বক্স অফিছ ছুপাৰ হিট প্ৰমাণিত হয়।

ঐশ্বৰ্য ৰায় বচ্চনে কৰিবলৈ অস্বীকাৰ কৰা হলিউডৰ চিনেমাখনৰ নাম হ’ল মিষ্টাৰ এণ্ড মিচেছ স্মিথ। ডাগ লিমানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ব্ৰেড পিটে জন স্মিথৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাৰ কাহিনীভাগ আছিল গোপন এজেণ্টৰ ওপৰত। সেই স্মীথৰেই পত্নী আছিল জেন স্মিথ। এই জেন স্মীথ চৰিত্ৰতে পৰিচালকে ঐশ্বৰ্যক বিচাৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঐশ্বৰ্য ৰায়ে ছবিখনৰ কিছু দৃশ্যৰ বাবে ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল। কিছুমান দৃশ্য কৰিবলৈ অসহজ হৈ পৰিছিল ঐশ্বৰ্য ৰায়, যাৰ বাবে নাকচ কৰিছিল ছবিখন কৰিবলৈ। যি পিছলৈ এই ভূমিকাত অভিনয় কৰে এঞ্জেলিনা জ’লী।

ছবিখনে হলীউডৰ বক্স অফিছত পাছলৈ ছুপাৰহিট প্ৰমাণিত হয়। লগতে লাভ কৰে ৪১১২ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aishwariya Rai BachanAishwaryaHollywoodHollywood Movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!
জীৱনশৈলী

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

April 20, 2026
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

April 20, 2026
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

April 20, 2026
Next Post
সকলোৰে সমুখতে কাজিয়াত লিপ্ত হৰভজন আৰু ছেৱেইব আখতাৰ, ভাইৰেল ভিডিঅ’

সকলোৰে সমুখতে কাজিয়াত লিপ্ত হৰভজন আৰু ছেৱেইব আখতাৰ, ভাইৰেল ভিডিঅ'

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত ৪ ৰাশিৰ উদয় হ’ব ভাগ্য, বুধাদিত্য ৰাজযোগৰ বাবে সকলোতে সফলতা

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত ৪ ৰাশিৰ উদয় হ'ব ভাগ্য, বুধাদিত্য ৰাজযোগৰ বাবে সকলোতে সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.