• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
AIUDF

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

3 years ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

27 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

1 hour ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

editor by editor
November 29, 2023
in অসম, ৰাজনীতি
0
AIUDF
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মীসভা অনুষ্ঠিত কৰি নিৰ্বাচনী কুচকাৱাজ চলাইছে ৰাজনৈতিক দলসমূহে। ইতিমধ্যে ধুবুৰীৰ কেইবাখনো কৰ্মী সভাত বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাবে বুধবাৰে পুনৰ অনুষ্ঠিত হয় AIUDF ৰ এখন কৰ্মী সভা। ধুবুৰী আৰু দক্ষিণ শালমাৰা সমষ্টি ভিত্তিত ধুবুৰী সমষ্টিৰ ডোঙৰপাৰত অনুষ্ঠিত হয় AIUDF ৰ কৰ্মী সভা। সভাত উপস্থিত থাকে বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম।
অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে AIUDF -এ। কেৱল প্ৰতিদ্বন্দ্বিতা কৰাই নহয় তিনিওটা সমষ্টিতে বিজয় নিশ্চিত বুলিও দাবী কৰি আহিছে দলটোৰ নেতা-কৰ্মীসকলে। ইয়াৰ মাজতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সত AIUDF নথকাৰ কথাও চৰ্চিত হৈ আহিছে দীৰ্ঘদিনৰ পৰা। তুমুল বাকযুদ্ধ চলি আছে কংগ্ৰেছ আৰু AIUDF ৰ মাজত। ইয়াৰ মাজতে বুধবাৰৰ কৰ্মী সভাত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় AIUDF ৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই।
লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিবলৈ বিৰোধী মিত্ৰজোঁটৰ সমানে সংকল্পবদ্ধ AIUDF দলো। তেনেক্ষেত্ৰত ইণ্ডিয়া এলায়েন্সত AIUDF ক নাৰাখিলেও তিনিখন আসন বাদ দি বাকী সকলো সমষ্টিতে ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীক AIUDF -এ সমৰ্থন কৰিব বুলি মন্তব্য কৰে কৰিম উদ্দিন বৰভূঞাই। বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত এই ত্যাগ দিব AIUDF য়ে।
AIUDF ৰ নেতাদ্বয়ে কংগ্ৰেছ দল তথা ভূপেন বৰাক তীব্ৰ সমালোচনাও কৰে। AIUDF নহয় বৰঞ্চ কংগ্ৰেছহে বিজেপিৰ ‘বি টীম’ বুলি দাবী জনায় দলটোৰ নেতাসকলে। কেৱল গৌৰৱ গগৈৰ বাহিৰে কংগ্ৰেছৰ সকলো বিধায়কসহ ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই উঠা বহা কৰে বুলিও অভিযোগ আনে।
ধুবুৰী লোকসভা সমষ্টিত অধিক ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলৰ জয় নিশ্চিত বুলি দাবী কৰি লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপিৰ পৰাজয় আশা কৰিছে AIUDF ৰ নেতা-কৰ্মীসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aiudfbjpCongressINDIA alliancelok sabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
Next Post
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.