• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

3 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

2 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

6 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

editor by editor
November 30, 2023
in অপৰাধ, অসম, গুৱাহাটী
0
আৰক্ষী
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰীত কিছুদিন পূৰ্বে উৎখাত কৰা এক হাৱালা চক্ৰৰ ধন হৰলুকি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীৰ আৰক্ষী বিষয়া আৰু সাংবাদিকৰ ঘৰত ওলাইছে লাখে লাখে টকা। এই ঘটনাই এতিয়া ৰাজ্যযুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
২১ নৱেম্বৰত আঠগাঁৱৰ এটা ঘৰত হাৱালাৰ বিৰুদ্ধে চলিছিল ভৰলুমুখ আৰক্ষীৰ অভিযান। এই অভিযানত উদ্ধাৰ হৈছিল ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা। আয়কৰ বিভাগে জব্দ কৰিছিল এই সমুদায় ধন।
কিন্তু আৰক্ষীৰ হাতত পৰিছিল আন এক তথ্য। DCP পদ্মনাভ বৰুৱাই চলোৱা তদন্তৰ ভিত্তিত আৰক্ষীয়ে আজি পুৱা চলাইছিল অভিযান। অভিযানত হাজোৰ খাইৰুল হকৰ ঘৰৰ পৰা ৭ লাখ ৫০ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে। খাইৰুলৰ স্বীকাৰোক্তিত পোহৰলৈ আহে আৰক্ষী -সাংবাদিক জড়িত থকাৰ কথা। ইয়াৰ পাছতে আৰক্ষীয়ে ভৰলু থানাৰ SI মোবাৰক আলিৰ পৰা জব্দ কৰিছে ১৭ লাখ ৫০ হাজাৰ টকা। তফিকউদ্দিন আহমেদ নামৰ সাংবাদিকগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হয় ৪ লাখ টকা। আনহাতে, লিটল খান নামৰ লোকজনৰ পৰা উদ্ধাৰ হয় ৯ লাখ টকা। অভিযানকালত ৪ অভিযুক্তৰ পৰা মুঠ ৩৭ লাখ ৮০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বে ভৰলু থানাৰ SI মোবাৰক আলী নিশা প্ৰথমে ঘৰটোৰ ভিতৰলৈ গৈছিল। মোবাৰক আলীৰ লগত আছিল সাংবাদিক তফিকউদ্দিন আহমেদ। ভৰলু থানাৰ OC উপস্থিত হোৱাৰ পূৰ্বেই দুয়ো আত্মসাৎ কৰিছিল এই ধন। ধন আত্মসাতৰ ঘটনাত ভৰলু থানাৰ SI অনুৰাগ বৰাৰো নাম সাঙোৰ খাইছে।
ইতিমধ্যে দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ ঘোষণা কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। সাংবাদিক তফিকউদ্দিন আহমেদ ঘটনাত জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। এই ধন উদ্ধাৰ হোৱাৰ উপৰিও আৰু অধিক ধন লুকুৱাই থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষী আয়ুক্তৰ বক্তব্যৰ পৰা এই গোচৰত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ ইংগিত পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam policeguwahati policehawala transactionjournalist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

এনিমেল

বক্স অফিচত 'এনিমেল'ৰ গৰ্জন, চেৰ পেলালে 'পাঠান'ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.