• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

3 years ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

34 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

1 hour ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

3 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

4 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

5 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

6 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

7 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

8 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

9 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

editor by editor
November 30, 2023
in বিনোদন, ভাৰত
0
কপিল শৰ্মা
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোকে সদায় হাঁহিৰে জীপাল কৰি ৰখা দেশৰ আটাইতকৈ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা খঙত অগ্নিশৰ্মা হৈ উঠিছে। তীব্ৰ অসন্তুষ্টিত ক্ষোভত ফাটি পৰিছে কপিল শৰ্মা। সামাজিক মাধ্যম ‘এক্স’ত কৰি গৈছে ইটোৰ পাছত সিটো ক্ষোভভৰা পোষ্ট। বিমানৰ অস্বাভাৱিক বিলম্বৰ বাবে ক্ৰোধান্বিত হৈছে কমেডিয়ানগৰাকী।
বুধবাৰে নিশা কপিল শৰ্মাই ভ্ৰমণ কৰিবলগীয়া বিমানখনৰ উৰণত যথেষ্ট বিলম্ব ঘটে। ইয়াৰ পাছতে ইণ্ডিগ’ এয়াৰলাইনছৰ ওপৰত গৰজি উঠে কপিল শৰ্মা। কমেডিয়ান তথা অভিনেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি অন্য যাত্ৰীসকলৰ সৈতে তেওঁ প্ৰায় এঘণ্টা সময় ট্ৰেনজিট বাছত আৱদ্ধ হৈ ৰয়। কপিল শৰ্মাৰ অভিযোগ অনুসৰি বিমানৰ উৰণক লৈ কোনোধৰণৰ তথ্য তেওঁলোকক দিয়া হোৱা নাছিল। বৰঞ্চ বিমানখনৰ পাইলট গৰাকী ট্ৰেফিক জামত আৱদ্ধ হৈ থকা বুলিহে বাৰম্বাৰ জনোৱা হৈছিল।
ইণ্ডিগ’ এয়াৰলাইনছক লক্ষ্য কৰি কপিল শৰ্মাই সামাজিক মাধ্যম ‘এক্স’ত লিখে যে প্ৰথমতে তেওঁলোকক বাছত ৫০ মিনিট অপেক্ষা কৰোৱা হয়। লক্ষ্যণীয়ভাবে কৰ্তৃপক্ষই বাৰে বাৰে পাইলট গৰাকী ট্ৰেফিক জামত আৱদ্ধ হৈ থকা বুলি জনায়। নিশা ৮ বজাতে উৰা মাৰিবলগা বিমান ৯:২০ বজালৈ উৰিবলৈ সক্ষম নোহোৱা বাবে যথেষ্ট অসন্তুষ্ট হোৱা দেখা যায় কপিল শৰ্মাক।
ইয়াৰ পাছত কপিলে পুনৰ ‘এক্স’ত এক পোষ্টত লিখে যে তেওঁলোকক বিমানখনৰ পৰা নমাই আনে আৰু অন্য এখন বিমানেৰে লৈ যোৱাৰ কথা কয়। কিন্তু ইয়াৰ বাবে যাত্ৰীসকল পুনৰ টাৰ্মিনেললৈ ঘূৰি যাব লাগিব আৰু ইয়াক লৈও ইণ্ডিগ’ এয়াৰলাইনছৰ ওপৰত খৰ্গহস্থ হয় জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
এনিমেল

বক্স অফিচত 'এনিমেল'ৰ গৰ্জন, চেৰ পেলালে 'পাঠান'ক

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প'লৰ তথ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.