• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে দায়ী চৰকাৰ’, দুৰ্ঘটনা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞা প্ৰতিক্ৰিয়া

‘নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে দায়ী চৰকাৰ’, দুৰ্ঘটনা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞা প্ৰতিক্ৰিয়া

5 years ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

26 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

1 hour ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

2 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

3 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

3 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

4 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

6 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

6 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

18 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

19 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে দায়ী চৰকাৰ’, দুৰ্ঘটনা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞা প্ৰতিক্ৰিয়া

editor by editor
September 9, 2021
in অসম, গুৱাহাটী
0
‘নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে দায়ী চৰকাৰ’, দুৰ্ঘটনা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞা প্ৰতিক্ৰিয়া
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্য চৰকাৰৰ হেমাহি আৰু অকৰ্মন্যতাৰ বাবেই বুধবাৰে মাজুলীত সংঘটিত হয় এক অতি মৰ্মান্তিক ঘটনা৷ নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ সাংসদ অজিত কুমাৰ ভূঞাই ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া৷ এই ঘটনাৰ বাবে চৰকাৰক জগৰীয়া কৰে সাংসদগৰাকীয়ে৷ লগতে ব্ৰহ্মপুত্ৰত চলা ফেৰীসমূহৰ মান পৰিমাপ কৰা হয় নে নহয় এই সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জবাবদিহী কৰাৰ দাবী জনায় অজিত কুমাৰ ভূঞাই৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অকৰ্মণ্যতাক সমালোচনা৷ ইয়াৰোপৰি, ৰোপেক্স আৰু ৰো ৰো জাহাজসমূহ চলাচল সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে৷ অত্যাধুনিক জাহাজসমূহ সজাই থোৱাৰ অভিযোগ সাংসদগৰাকীৰ৷ ইফালে দুবাৰকৈ আধাৰশিলা স্থাপন কৰিও আজিপৰ্যন্ত দলঙৰ কাম নোহোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তীক্ষ্ণ বাক্যবাণ অজিত ভূঞাৰ৷ কেৱল সজাই থ’বৰ বাবেই ক্ৰয় কৰা হৈছিল নেকি এই অত্যাধুনিক জাহাজসমূহ? দলঙৰ আধাৰশিলাতেই বাৰে বাৰে দায়িত্ব সামৰে কিয় চৰকাৰে? বৰ্তমানেও সন্ধানহীন হৈ আছে নাও দুৰ্ঘটনাত পতিত হোৱা দুগৰাকীকৈ যাত্ৰী৷ এই শোকাৱহ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajit kumar bhuyanasom live 24assam live 24axom live 24majuli boat accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
Next Post
মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাতৰ বলি মাজুলীবাসী

মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাতৰ বলি মাজুলীবাসী

ব্ৰহ্মপুত্ৰৰ বুকুত কিমান সুৰক্ষিত হিচাপে চলে ফেৰী সেৱা?

ব্ৰহ্মপুত্ৰৰ বুকুত কিমান সুৰক্ষিত হিচাপে চলে ফেৰী সেৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.