বিজেপিৰ বাবে ত্ৰাস বদৰুদ্দিন আজমল। বিজেপি নেতা-মন্ত্ৰী-বিধায়কৰ মুখত কেৱল আজমলৰ নাম। বিজেপিক কঁপাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ বদৰুদ্দিন আজমলে।