• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

2 years ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

51 minutes ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

1 hour ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

2 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

3 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

4 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

5 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

5 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

6 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

7 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

আজি ১৯ আগষ্ট তাৰিখে ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ৰক্ষা বন্ধন উৎসৱ সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। এই বিশেষ দিনটো উপলক্ষে দেশৰ বিভিন্ন ঠাইত বহু অফাৰ দিয়া হৈছে ভগ্নী তথা মহিলাসকললৈ। কোনোৱে যদি বিনা পইচাৰ যাত্ৰাৰ সবিধা দিছে, কোনোৱে মহিলা বিশেষ আঁচনি দিছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰক্ষাবন্ধনৰ দিনা প্ৰতিবাৰৰ দৰে ভগ্নী সকলক এটা ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। উত্তৰ প্ৰদেশত ঘোষণা কৰা হৈছে যে অহা ১৯ আৰু ২০ আগষ্টত পৰিবহণ নিগমৰ বাছত ভগ্নীসকলক বিনামূলীয়াকৈ যাত্ৰা কৰা হ’ব। এই দুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে পৰিবহণ নিগমৰ বাছত বিনামূলীয়া যাত্ৰা কৰিব পাৰিব।

ইয়াৰ সমান্তৰালকৈ সুৰক্ষাবন্ধনৰ আজিৰ এই দিনটোতেই নয়ডা আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙেও মহিলাসকলক বিশেষ উপহাৰ দিছে। নয়ডা যান-বাহন আৰক্ষীয়ে সুৰক্ষাবন্ধনৰ দিনটোত মহিলাৰ চালান নাকাটে বুলি সদৰি কৰিছে। কিন্তু এইটো পাহৰি যোৱা উচিত নহয় যে যান-বাহনৰ নিয়ম মানি চলাটোও গুৰুত্বপূৰ্ণ। নিয়ম মানি নচলাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব , কেৱল সামান্য ভুলৰ বাবে পূৰ্বৰ দৰে আজিৰ দিনটোত মহিলাৰ পৰা চালান নাকাটে।

সুৰক্ষাবন্ধনৰ এই বিশেষ দিনটোত আৰক্ষীয়ে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ জিলাখনতে চলি আছে নিবিড় পৰীক্ষা অভিযান। কেৱল এয়াই নহয়, ডাঙৰ ডাঙৰ আৰু জনবহুল পথত মানুহৰ নিৰাপত্তা পৰীক্ষা কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে উৎসৱটো ভালদৰে পাৰ কৰা। সকলো কৰ্তব্য স্থানত উপস্থিত থাকিব যান-বাহন আৰক্ষী।

সকলোৱে যান-বাহনৰ নিয়ম মানি চলিব লাগে বুলি ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে। যদি কোনো মহিলাই পৰিয়ালৰ সদস্য বা স্বামীৰ সৈতে দুচকীয়া বাহনৰ পিছফালে বহি থকা ভায়েকৰ লগত ৰাখী বান্ধিবলৈ গৈ আছে, তেন্তে বাহন পৰীক্ষাৰ নামত তেওঁক হাৰাশাস্তি কৰা নহ’ব। কিন্তু হেলমেট পিন্ধিবলৈ আহ্বান জনাইছে সকলোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: helmetNoida PoliceRakhirakhi bandhanraksha bandhanTraffic Rule
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত, ৰাজ্যত বন্ধ হ’ব মুঠ ১৬১ খন বিদ্যালয়, চাওক তালিকা-

অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত, ৰাজ্যত বন্ধ হ'ব মুঠ ১৬১ খন বিদ্যালয়, চাওক তালিকা-

সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু…

সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.