• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু…

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

15 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

16 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

17 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

18 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

19 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

20 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু…

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু…
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদনঃ ১৪ টা দাগ, নখত নীলা ৰং, চকুত চছমাৰ ভঙা টুকুৰা আৰু…

কলকাতাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে সংঘটিত হোৱা বৰ্বৰতা আৰু নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰা ঘটনাৰ সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মহিলা চিকিৎসকগৰাকীক ইমান কষ্ট দিয়া হৈছিল যে তেওঁ সেই যন্ত্ৰণাতে মৃত্যুবৰণ কৰিছিল। আনকি মৃত্যৰ সময়ত কাতৰ চকু দুটাও খোলা অৱস্থাতে থাকি গৈছিল।

দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কামনাৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ বিৱৰণ ওলাইছে, যি অন্তৰাত্মা কঁপাই তুলিছে বহু লোকৰ।

প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ভুক্তভোগীৰ শৰীৰত কোনো ধৰণৰ হাত বা ভৰি কিম্বা হাড় ভঙা নাই যদিও সমগ্ৰ শৰীৰৰ ১৪ ঠাইত আঘাত পোৱা গৈছে। গোপন অংগত ভাৱাতকৈ গভীৰ ঘাঁ। চিকিৎসকগৰাকীক এবাৰ নহয় বহুবাৰ ধৰ্ষণ কৰে অভিযুক্তই। এজনতকৈ অধিক অভিযুক্তও জড়িত থাকিব পাৰে এই ঘটনাত।

এনেধৰণৰ আঘাত পোৱা গৈছে ভুক্তভোগীৰ মৃতদেহত-

ব্যক্তিগত অংশ বেয়াকৈ থেতেলিয়াই পেলোৱা
দুয়োহাতেৰে ডিঙি চেপি হত্যা কৰা
দুয়োটা হাওঁফাওঁতে তেজ জমা হোৱা
গোপন অংগত তেজ মিহলি তৰল পদাৰ্থ
বাওঁহাত, কান্ধ, আঁঠু, গোৰোহাত জখম
গোপন অংগৰ হাইমেন ফাটি যোৱাত তেজ ওলোৱা
চকুত তেজৰ দাগ লগতে চশমাৰ ভঙা টুকুৰা লাগি থকা
চকুৰ ছানিবোৰ সম্পূৰ্ণ প্ৰসাৰিত আৰু স্থিৰ হৈ থকা
হাতৰ আঙুলিত তথা নখত নীলা ৰং
গোপন অংগত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ ফলত ঘাঁ

মহিলা ডাক্তৰগৰাকীৰ লগত যি বৰ্বৰতা সংঘটিত হৈছে, সেই নিষ্ঠুৰতাই সমগ্ৰ দেশক কঁপাই তুলিছে। কোনেও ঘটনাটো সহজে এৰি দিবলৈ বিচৰা নাই। বিগত ৭ দিন ধৰি ধৰ্মঘট কৰি আছে দেশৰ সমূহ ডাক্তৰ সন্থাই। জৰুৰীকালীন অৱস্থাত কাম কৰি আছে, কিন্তু অ’পিডি আৰু অন্যান্য সেৱাত ব্যাঘাত জন্মিছে ইয়াৰ ফলত। অভিযুক্তক ফাঁচীৰ দিয়াৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে চিকিৎসক সমাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata rape Casemurder caserape and murder caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
Next Post
বাৰিষা কালত দৈ খাই নেকি, তেন্তে সাৱধান, বহু কেইটা ৰোগে কৰিব পাৰে আক্ৰমণ

অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন