• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?

অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?

2 years ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

1 minute ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

1 hour ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

4 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

13 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?

অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?

editor by editor
August 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অলিম্পিকত খালি হাতে উভতিলেও লাভ কৰিলে সোণৰ পদক, বিনেশক কোনে দিলে সোণৰ পদক?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা খালি হাতেৰে উভতি আহিব লগা হৈছে বিনেশ ফোগাটে৷ ফাইনেলত প্ৰৱেশ কৰিলেও তেওঁক অতিৰিক্ত ওজনৰ বাবে এনিশাৰ ভিতৰতে বৰ্জনৰ সিদ্ধান্ত লোৱা হয় পেৰিছ অলিম্পিকত৷ ইয়াৰপাছতেই অলিম্পিক সামৰি দেশলৈ উভতি আহিছে বিনেশ ফোগাট৷ সোণ জিকিব নোৱাৰিলেও সম্বৰ্ধনাৰে আদৰি অনা হৈছে বিনেশক৷ মালাৰে আদৰি দিল্লী বিমান বন্দৰৰ পৰা বিশেষ বাহনেৰে ঘৰলৈ লৈ যোৱা হৈছে বিনেশক৷ পদক নোপোৱাৰ দুখ থেলি এই আদৰণিত সুখৰ হাঁহি বিৰিঙি উঠিছে বিনেশৰ ওঁঠত৷ বিনেশৰ গাওঁবাসীৰ স্নেহে তেওঁক আকৌ এবাৰ আৱেগিকো কৰি তুলিছে৷

বিনেশক পেৰিছ অলিম্পিকত বৰ্জন কৰাৰ প্ৰতিবাদ হিচাপে সোণৰ পদক দিয়াৰ সিদ্ধান্ত লৈছে গাওঁবাসীয়ে৷ বিনেশক গাওঁৰ খাপ পঞ্চায়তৰ পক্ষৰ পৰা সিদ্ধান্ত লোৱা অনুসৰি তেওঁক সোণৰ পদক দিয়া হ’ব৷ বিনেশে এইবাৰ ৰূপ নিশ্চিত কৰি সোণৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই তেওঁক অবৈধ ঘোষণা কৰা হয়৷ এই কথাৰ প্ৰতিবাদ স্বৰূপে ছাঙ্গৱানৰ খাপ পঞ্চায়তৰ প্ৰেছিডেণ্ট সোমবীৰ ছাঙ্গৱানে কয়, ‘আমি এটা সোণৰ পদক বনাম, সেয়া পেৰিছ অলিম্পিকৰ পদকৰ দৰেই  ডিজাইন কৰিম৷ ইয়াৰ ওজন হ’ব ৫০ গ্ৰামৰ পৰা ১০০ গ্ৰামৰ ভিতৰত৷ এই সোণৰ পদক দিম প্ৰতিবাদ হিচাপে৷ যেনেকৈ তেওঁলোকে আমাৰ ছোৱালীক ১০০ গ্ৰাম ওজন বঢ়া বুলি বৰ্জন কৰিছে সেই কথা আমি কেতিয়াও মানি নলওঁ৷ এয়া চক্ৰান্ত চলিল বুলি আমি নিশ্চিত৷’

বিনেশৰ গাওঁৰ তৰফৰ পৰাও তেওঁক এক আৰ্থিক পুৰস্কাৰো আগবঢ়োৱা হয়৷ ইয়াৰোপৰি ৭৫০গ্ৰাম লাড্ডু খুৱাই গাঁওলৈ আদৰি নিয়া হয়৷ গাওঁবাসীয়ে এটকা দুটকাকৈ তুলি এক মোটা আৰ্থিক সাহায্য তেওঁলৈ আগবঢ়াইছে৷ অলিম্পিকৰ পৰা বৰ্জিত হোৱাৰ পাছতেই বিনেশে অৱসৰৰ সিদ্ধান্ত লয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
শাড়ীৰ আঁচল ফালি কৃষ্ণৰ হাতত ৰাখী বান্ধিছিল দ্ৰৌপদীয়ে, জানক কেনেকৈ আৰম্ভ হ’ল ৰাখী বন্ধনৰ উৎসৱ?

শাড়ীৰ আঁচল ফালি কৃষ্ণৰ হাতত ৰাখী বান্ধিছিল দ্ৰৌপদীয়ে, জানক কেনেকৈ আৰম্ভ হ’ল ৰাখী বন্ধনৰ উৎসৱ?

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.