আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। ৰাজ্যজুৰি উদযাপন আলি-আয়ে-লৃগাং। পাৰভঙা উচাহ মিচিং সমাজত। গুমৰাগ-ঐনিতমত মুখৰিত ৰাজ্য। আলি-আয়ে-লৃগাং মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ। আজিৰ পৰাই আৰম্ভ মিচিংসকলৰ কৃষিকৰ্ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















