• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?

কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?

3 years ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

10 minutes ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

51 minutes ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

1 hour ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

2 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

2 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

3 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

4 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

4 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

6 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?

editor by editor
February 9, 2023
in জীৱনশৈলী, ভাৰত
0
কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মৰুৰ প্ৰান্তত সাত জনমৰ বাবে এক হোৱাৰ প্ৰতিশ্ৰুতিৰে বিবাহৰ বান্ধোনত বান্ধ খালে সিদ্ধাৰ্থ-কিয়াৰা। ৭ ফেব্ৰুৱাৰীত সম্পন্ন হৈছে বিবাহৰ অনুষ্ঠান৷ বিবাহৰ দিনাই নিশা নিজা একাউণ্টযোগে শ্বেয়াৰ দুয়োৱে শ্বেয়াৰ কৰে ফটো৷ ছবি দেখা মাত্ৰকেই দেশৰ কোটি কোটি অনুৰাগীয়ে দুয়োকে জনাইছে শুভেচ্ছা৷ বিবাহ সম্পন্ন হোৱাৰ পাছতেই তাৰকাসকলে দিয়া শুভেচ্ছা বাৰ্তাৰ মাজতে এগৰাকী অভিনেত্ৰীৰ শুভেচ্ছা বাৰ্তাই দৃষ্টি কাঢ়িছে বহুতৰে৷ সিদ্ধাৰ্থ মলহোত্ৰাৰ প্ৰাক্তন প্ৰেয়সী আলিয়া ভাটেও দুয়োকে জনাইছে বিবাহৰ শুভেচ্ছা৷

উল্লেখ্য যে ২০১২ চনত কৰণ জোহাৰৰ ছবি ‘ষ্টুডেণ্ট অৱ দ্যা ইয়াৰ’ত অভিনয় কৰিছিল সিদ্ধাৰ্থ লগতে আলিয়াইয়ো৷ ছবিখন কৰি থকাৰ সময়তে দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক৷ দীঘলীয়া সময় ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত থাকে৷ কিন্তু এই সম্পৰ্ক স্থায়ী নহ’ল৷ সময়ৰ সৈতে এই সম্পৰ্কৰ মাজত দূৰত্ব আহিল৷ আলিয়াইয়ো ৰণবীৰৰ সৈতে এবছৰ পূৰ্বে পাতনি মেলিছে সংসাৰৰ৷ ইপিনে সিদ্ধাৰ্থেও ৭ ফেব্ৰুৱাৰীত বহুদিনীয়া প্ৰেয়সী কিয়াৰাৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খায়৷ আলিয়া-সিদ্ধাৰ্থৰ মাজত প্ৰেমৰ সম্পৰ্কৰ যতি পৰিলেও বন্ধুত্ব আজিও অটুত আছে দুয়োৰে মাজত৷ তাৰেই প্ৰমাণস্বৰূপে আলিয়াই সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ ফটো নিজা ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰি দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ
জীৱনশৈলী

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

May 5, 2026
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?
ফেশ্বন

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

May 5, 2026
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

May 5, 2026
Next Post
নিয়ম ধোঁৱাচাঙত! কণমানি ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ শিক্ষকৰ…

নিয়ম ধোঁৱাচাঙত! কণমানি ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ শিক্ষকৰ...

প্ৰেমত পৰিবলৈ জানো নিৰ্দিষ্ট কোনো বয়স থাকে? সুন্দৰী ৰমনীৰ প্ৰেমত মছগুল ৬৭ বছৰীয়া বিল গেটছ

প্ৰেমত পৰিবলৈ জানো নিৰ্দিষ্ট কোনো বয়স থাকে? সুন্দৰী ৰমনীৰ প্ৰেমত মছগুল ৬৭ বছৰীয়া বিল গেটছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.