• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
QR কোড স্কেন কৰিয়েই ATMৰ পৰা টকা উঠাব পাৰিব, নতুন বছৰত নতুন নিয়ম ৰিজাৰ্ভ বেংকৰ

QR কোড স্কেন কৰিয়েই ATMৰ পৰা টকা উঠাব পাৰিব, নতুন বছৰত নতুন নিয়ম ৰিজাৰ্ভ বেংকৰ

2 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

5 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

6 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

7 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

7 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

10 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

10 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

11 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

12 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

14 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

QR কোড স্কেন কৰিয়েই ATMৰ পৰা টকা উঠাব পাৰিব, নতুন বছৰত নতুন নিয়ম ৰিজাৰ্ভ বেংকৰ

editor by editor
January 1, 2024
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
QR কোড স্কেন কৰিয়েই ATMৰ পৰা টকা উঠাব পাৰিব, নতুন বছৰত নতুন নিয়ম ৰিজাৰ্ভ বেংকৰ
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিজিটেল পেমেণ্টৰ বিভিন্ন মাধ্যমৰ মাজত সকলোতকৈ জনপ্ৰিয় হৈছে ইউপিআই। টকা পঠিওৱা, বজাৰ কৰা, ফোনৰ ৰিচাৰ্জ কৰা কিংবা বিদ্যুতৰ বিল পৰিশোধ কৰা সকলোতেই এতিয়া ইউনিফায়েড পেমেণ্টছ ইণ্টাৰফেছ বা চমুকৈ ইউপিআইৰ মাধ্যমেৰে লেনদেন বাঢ়িছে। নিজৰ ফোনৰ পৰা গ্ৰাহকৰ ফোনৰ ইউপিআই কোড স্কেন কৰি টকা পঠিওৱা প্ৰক্ৰিয়া একেবাৰেই সহজ। অৱশ্যে এই ক্ষেত্ৰত প্ৰতাৰণাৰ সম্ভাৱনাও বেছি। নিৰাপত্তা বৃদ্ধিৰ বাবে ইউপিআই পেমেণ্টৰ ক্ষেত্ৰত কেইবাটাও পৰিবৰ্তন অনাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰাই এই নিয়ম কাৰ্যকৰী হোৱা বুলি জনাইছে ৰিজাৰ্ভ বেংকে।

ইউপিআই পেমেণ্টৰ ক্ষেত্ৰত কি কি পৰিবৰ্তন আহিব?

১) নেশ্ব্যনেল পেমেণ্ট কৰ্পোৰেশ্ব্যন অফ ইণ্ডিয়াই দিয়া নিৰ্দেশনাত কোৱা হৈছে যে, এবছৰ বা তাতোকৈ বেছি সময় ধৰি নিষ্ক্ৰিয় হৈ থকা ইউপিআই আইডিসমূহ ব্লক কৰি দিয়া হ’ব। অৰ্থাৎ ১ জানুৱাৰী ২০২৩ ৰ পৰা সমগ্ৰ বছৰ ধৰি যিসকলৰ গুগল পে, ফোন পে আৰু পেটিএমৰ দৰে ইউপিআই পেমেণ্ট মেথড বন্ধ হৈ আছে তেওঁলোকৰ পুৰণা আইডিসমূহেৰে নতুন বছৰত আৰু কোনো লেনদেন নহ’ব।

২) ইউপিআইৰ মাধ্যমেৰে টকা লেনদেনৰ ঊৰ্ধসীমা বঢ়াই ১ লাখ টকা কৰা হৈছে। যদিও বিগত ডিচেম্বৰ মাহতেই ভাৰতীয় ৰিজাৰ্ভ বেংকে স্বাস্থ্য আৰু পঢ়াশুনাত ইউপিআই ব্যৱহাৰ কৰাৰ বাবে ধনৰ লেনদেনৰ ঊৰ্ধসীমা ১ লাখ টকাৰ পৰা বঢ়াই ৫ লাখ টকা কৰা হৈছে।

৩) ২০০০ বা তাতকৈ অধিক অংকৰ টকাৰ লেনদেনত ১.১ শতাংশ কৰ ধাৰ্য কৰাৰ কথা পূৰ্বেই জনোৱা হৈছিল। প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট বা অনলাইন ৱালেটত টকা লেনদেনো এই বছৰতেই আৰম্ভ হ’ব।

৪) শীঘ্ৰেই ভাৰতীয় ৰিজাৰ্ভ বেংক, দেশজুৰি ইউপিআই এটিএম খোলাৰ সিদ্ধান্ত লোৱা হৈছে। বিশেষ এটিএমসমূহৰ পৰা টকা তুলিবলৈ গ’লে ক্ৰেডিট বা ডেবিট কাৰ্ড নালাগে। ফোনৰ মাধ্যমেৰে কিউআৰ কোড স্কেন কৰি বেংক একাউণ্টৰ পৰা ধন উঠাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
সকলোৱে প্ৰাৰ্থনা কৰক! হৃদৰোগত আক্ৰান্ত হৈ হেলথ চিটি হাস্পতালৰ ICUত অভিনেতা দ্বীপজ্যোতি কেওট

সকলোৱে প্ৰাৰ্থনা কৰক! হৃদৰোগত আক্ৰান্ত হৈ হেলথ চিটি হাস্পতালৰ ICUত অভিনেতা দ্বীপজ্যোতি কেওট

ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ

ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.