• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

4 months ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

11 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

44 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

12 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

13 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

13 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

15 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

15 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

16 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

18 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

editor by editor
May 9, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ব্ৰিগেডত শপত ল’লে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে৷ মুখ্যমন্ত্ৰীক শপতবাক্য পাঠ কৰোৱালে ৰাজ্যপাল আৰ এন ৰবিয়ে৷ শুভেন্দুৰ সৈতে শপতবাক্য পাঠ কৰে দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, নিশীথ প্ৰামাণিক, ক্ষুজিৰাম টুডু, অশোক কীৰ্তনিয়াই৷ অৱশ্যে এতিয়াও মন্ত্ৰীসকলক দপ্তৰ ভাগ কৰা হোৱা নাই৷
এই মন্ত্ৰিসভাত মহিলা প্ৰতিনিধি হিচাপে আছে অগ্নিমিত্ৰা পাল, উত্তৰবংগৰ প্ৰতিনিধি হিচাপে শপত লৈছে নিশীথ প্ৰামাণিকে৷ আদিবাসী মুখ হিচাপে এই অনুষ্ঠানত আছিল ক্ষুদিৰাম টুডু, মতুয়াসকলৰ প্ৰতিনিধি হিচাপে আছিল অশোক কীৰ্তনিয়া৷ শপতগ্ৰহণ অনুষ্ঠানত গেৰুৱা পাঞ্জাৱীত দেখা গৈছে শুভেন্দুক৷
শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ২১ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু একাধিক ৰাজ্যৰ উপমুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসহ বহু বিশিষ্ট নেতাও আহিছে৷ শুভেন্দু অধিকাৰী পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে৷
উল্লেখ্য যে শুকুৰবাৰে নিউটাউনত বিজেপিৰ পৰিষদীয় দলৰ সভাত শুভেন্দুকেই পৰিষদীয় দলনেতা হিচাপে বাচি লোৱা হয়৷ সেইদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচিত বিধায়কসকলক লৈ পৰিষদীয় দলনেতা হিচাপে শুভেন্দু অধিকাৰীক বাচি লোৱা হয়৷ নন্দীগ্ৰামৰ ওপৰিও ভৱানীপুৰৰ পৰা বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাজিত কৰিছে শুভেন্দু অধিকাৰীয়ে৷ তাৰপিছৰে পৰাই বংগত বিজেপি চৰকাৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম চৰ্চালৈ আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
Next Post
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.