• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?

পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?

3 years ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

13 minutes ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

29 minutes ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

49 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

13 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

14 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

14 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?

editor by editor
July 10, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?
0
SHARES
750
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰীনগৰৰ পৰা অমৰনাথ গুহাৰ দূৰত্ব প্ৰায় ১৩৫ কিঃমিঃ৷ সমুদ্ৰপৃষ্ঠৰ পৰা অমৰনাথৰ উচ্চতা প্ৰায় ১৩,৬০০ ফুট৷ লোকবিশ্বাস যে ভগৱান শিৱৰ স্বয়ম্ভূ শিৱলিংগ দেখিলেই জীৱনৰ সমস্ত দুখ-বেদনা দূৰ হয় বুলি বিশ্বাস৷ দুৰ্গম পথ অতিক্ৰমিও সেয়ে বহুলোকে অমৰনাথলৈ যাত্ৰা কৰে৷ কিন্তু অমৰনাথলৈ প্ৰথম কোন গৈছিল? কোনে বৰফৰ মাজত থকা মহাজাগ্ৰত শিৱক পোনতে পৰিদৰ্শন কৰিছিল? অমৰনাথ সম্পৰ্কীয় কেইটামান তথ্য৷

অমৰনাথ যাত্ৰাৰ গুৰুত্ব
অমৰনাথত ভগৱান শিৱ স্বয়ম্ভূৰূপে প্ৰতিষ্ঠিত বুলি জনবিশ্বাস৷ এই গুহাত প্ৰতি বছৰে বৰফেৰে প্ৰাকৃতিক উপায়েৰে এটা শিৱলিংগ তৈয়াৰ হয়৷ অমৰনাথ গুহাত শিৱলিংগৰ উপৰিও মা পাৰ্বতী আৰু গণেশো বাস কৰে বুলি কোৱা হয়৷ হিন্দু ধৰ্মত অমৰনাথ গুহাৰ গুৰুত্ব অত্যন্ত বেছি৷

অমৰনাথ গুহাৰ প্ৰথম যাত্ৰী কোন?

পুৰাণ অনুসৰি, অমৰনাথ গুহা প্ৰথমে দৰ্শন কৰিছিল মহৰ্ষি ভৃগু৷ লোককথা অনুসৰি কাশ্মীৰ উপত্যকা এবাৰ কাশ্মীৰ উপত্যকা সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল৷ সেই সময়তেই মহৰ্ষি কাশ্যপে, নদীৰে পাৰ হোৱাৰ চেষ্টা চলাইছিল৷ সেই পথেৰেই তেওঁ হিমালয়লৈ যাত্ৰা কৰিছিল৷ তেওঁ হিমালয়ত তপস্যা কৰিবৰ বাবে নিৰিবিলি ঠাইৰ সন্ধান কৰিছিল৷ তপস্যাৰ স্থান বিচাৰি বিচাৰিয়েই অমৰনাথ গুহাত উপস্থিত হয় উপস্থিত হয়গৈ৷ তাতেই তেওঁ বৰফৰ স্বয়ম্ভূ মহাদেৱক দেখা পায়৷ তেৱেই মহাদেৱক অমৰনাথত প্ৰথম দৰ্শন কৰে৷ তাৰপাছৰে পৰাই অমৰনাথলৈ প্ৰত্যেকবছৰেই বহু তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰে৷

অমৰনাথ যাত্ৰাৰ বাবে ৰেজিষ্ট্ৰেছন কেনেকৈ কৰিব?
প্ৰথমে অমৰনাথ যাত্ৰাৰ অফিছিয়েল ৱেবচাইট https://jksasb.nic.in/ ক্লিক কৰক৷
তাৰ ওপৰত থকা লিংকত গৈ ক্লিক কৰিলে তাতেই অমৰনাথৰ শ্ৰাইন বৰ্ডপ হোম পেজ খোল খাব৷
তাৰপিছতেই Whats Newত গৈ ক্লিক কৰিব, তাতেই বালটাল বা পহেলগাম ছিলেক্ট কৰিব পাৰে৷
তাতেই ৰেজিষ্টাৰ অনলাইন অপশ্ব্যনত ক্লিক কৰিব৷
তাতেই সমস্ত তথ্য যেনে আপোনাৰ ঠিকনা, বয়স, মোবাইল নম্বৰ, ভ্ৰমণৰ তাৰিখৰ সমস্ত নথি পুৰণ কৰিব লাগিব৷
ৰেজিষ্ট্ৰেছন ফি দি ছাবমিট অপশ্ব্যনত ক্লিক কৰিব৷
সেই ৰেজিষ্ট্ৰেছনেই এটা কপি যাত্ৰাৰ সময়ত লগত ৰাখিব৷

কেনেকৈ অমৰনাথলৈ যাব?
খোজেৰে যাত্ৰা কৰিব পাৰেঃ দুৰ্গম ভূখণ্ডৰ বাবে অমৰনাথৰ যোগাযোগ ব্যৱস্থা বিশেষ উন্নত নহয়৷ যাত্ৰা আৰম্ভ হয় জম্মুৰ পৰা৷ তাতেই শ্ৰীনগৰ হৈ বালটাল বা পহেলগামলৈ যাব৷ বালটাল অমৰনাথলৈ যোৱাৰ আটাইতকৈ কঠিন পথ৷ পহেলগাম ট্ৰেকৰ যাত্ৰাও সহজ নহয়৷ পালকি বা ঘোঁৰাৰেও এই যাত্ৰা কৰিব পাৰে৷ বালটালৰ পৰা অমৰনাথ যাবলৈ ১ৰ পৰা ২দিনো লাগে৷ পহেলগামৰ পৰা অমৰনাথলৈ দূৰত্ব প্ৰায় ১৫ কিঃমিঃ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
Next Post
প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.