• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

3 years ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

1 minute ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

59 minutes ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

2 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

2 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

3 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

4 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

6 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

6 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

7 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

editor by editor
July 10, 2023
in ভাৰত, স্বাস্থ্য
0
প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?
0
SHARES
10.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত বৰ্ষৰ জানুৱাৰী মাহত মাতৃ হৈছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা৷ চেৰোগেছিৰ মাধ্যমেৰে জন্ম হৈছে নিক আৰু প্ৰিয়ংকাৰ সন্তান মালতি মেৰি চোপ্ৰা জোনাছৰ৷ মালতিৰ জন্মৰ পাছত প্ৰিয়ংকাই প্ৰকাশ কৰিছে কেনেকৈ ইমান বয়স বাঢ়ি যোৱা স্বত্ত্বেও সন্তান আহিল প্ৰিয়ংকাৰ কোলালৈ? প্ৰিয়ংকাই কয় যে তেওঁৰ সন্তান অনাৰ পৰিকল্পনা বিবাহৰ পূৰ্বতেই আৰম্ভ হৈছিল৷ ৩০ বছৰ বয়সতেই মাতৃৰ পৰামৰ্শ মানি ডিম্বানুৰ সংৰক্ষণ কৰিছিল প্ৰিয়ংকাই৷ ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানুৰ সংৰক্ষণ কৰিছিল৷ পেছাগত কাৰণত বহুতেই সময়মতে সন্তানৰ পৰিকল্পনা কৰিব নোৱাৰে সেয়ে এনেদৰে ডিম্বানু সংৰক্ষণ কৰে৷

কম বয়সত ডিম্বানুৰ সংৰক্ষণ কৰি থলে বয়স বাঢ়িলেও মাতৃ সুখ অৰ্জনত সহায়ক হয়৷ বৰ্তমান সমগ্ৰ দেশতেই জনপ্ৰিয় হৈ উঠিছে ডিম্বানু সংৰক্ষণ পদ্ধতি৷ এই সন্দৰ্ভত চিকিৎসকে কয়, ‘প্রথম আইভিএফ পদ্ধতি আৰম্ভ হৈছিল সাত বছৰ পূৰ্বে৷ তেতিয়া খুব কম মানুহেৰে এই বিষয়টো জানিছিল৷ বহু উচ্চশিক্ষিত মহিলাই বৰ্তমান এই পদ্ধতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে৷ কিন্তু ডিম্বানুৰ সংৰক্ষণৰ সকলোতকৈ উৎকৃষ্ট সময় হৈছে ২৫ ৰ পৰা ৩৫ বছৰ৷ এই বয়সৰ পাছত কিন্তু ডিম্বানুৰ সংৰক্ষণ কৰি লাভ নহয়৷

কেমো থেৰাপি চলি থাকিলে বা শৰীৰত অন্য কোনো অসুস্থতা থাকিলেও ডিম্বানু সংৰক্ষণ কৰিব পাৰিনে এই বিষয়টোক লৈয়ো বহুতৰেই মনত প্ৰশ্ন উত্থাপন হয়৷ কেনেকৈ এই ডিম্বানু সংৰক্ষণ কৰা হয়?
প্ৰথমে বেজীৰ সহায়ত ডিম্বানুৰ পৰিমান বঢ়োৱা হয়৷ ইঞ্জেকশ্ব্যন প্ৰয়োগৰ কিছু দিন পাছত ‘ট্ৰেন্স ভেজেইনাসল ওছাইট ৰিট্ৰিভেল’ পদ্ধতিৰে শৰীৰৰ পৰা ডিম্বানু ওলিয়াই অনা হয়৷ এনেকৈ কৰোতে কমেও ১৫ টা ডিম্বানু নিষিক্ত কৰা সম্ভৱ৷

ডিম্বানু সংৰক্ষণৰ পদ্ধতিত ‘ভিট্ৰিফিকেছন’ বা ‘ৰেপিড ফ্ৰিজিং’ পদ্ধতি বুলি কোৱা হয়৷ ডিম্বানুক তৰল নাইট্ৰজেনৰ মাজত ১৯৬ ডিগ্ৰী তাপমাত্ৰাৰ মাজত সংৰক্ষণ কৰা হয়৷ তাৰপূৰ্বে ডিম্বানুৰ মাজত যি পৰিমানৰ পানী থাকে সেয়া বাহিৰ কৰি লোৱা হয়৷ ডিম্বানুৰ আকাৰ আৰু গুণগত মান পানীয়ে কমাই দিয়ে বাবেই পানী আঁতৰাই দিয়া হয়৷ ‘ডিএমএছও’ নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি সংৰক্ষণ কৰা হয়৷

চিকিৎসকে এই পদ্ধতিটো সম্পূৰ্ণ হ’বলৈ ১৫-২০ দিন লাগে বুলি জনাইছে৷ শাৰীৰিক জটিলতা থাকিলে দেৰিও হ’ব পাৰে৷ প্ৰায় ২০ দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়৷

ডিম্বানুৰ সংৰক্ষণ কৰিবলৈ ১.৫ ৰ পৰা ১.৭ লাখ পৰ্যন্ত খৰচ হয়। কিন্তু সকলো ক্লিনিকত এয়া সম্ভৱ নহয়। খৰচ বিভিন্ন বিষয়ৰ ওপৰতহে নিৰ্ভৰশীল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ
জীৱনশৈলী

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

August 8, 2026
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

August 8, 2026
Next Post
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

বিশ্বৰ ১০০ কোটি মানুহেই মানসিক ৰোগী! দৈনন্দিন জীৱনত মানসিক স্বাস্থ্য ঠিকেই আছেনে জানিবলৈ কোনকেইটা লক্ষণলৈ লক্ষ্য ৰাখিব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.