• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

1 hour ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

4 seconds ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

2 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

2 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

2 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

4 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

4 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

5 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

5 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

23 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

23 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

বলপূৰ্বকভাৱে কোনে হিমাশ্ৰীক খুৱাইছিল টেবলেট?

editor by editor
October 11, 2026
in অপৰাধ, অসম, লেখা
0
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত গুৱাহাটীৰ ছাত্ৰী তথা নৃত্যশিল্পী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে। এই ঘটনাৰ তদন্তৰ দাবীত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম কৰিঅ’গ্ৰাফাৰ এছ’চিয়েচনে। বিশাখাপট্টনমৰ ইভেণ্ট মেনেজাৰ গোবিন্দ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ।

অভিযোগ অনুসৰি, অসমৰ পৰা বহু যুৱক-যুৱতীক নৃত্যৰ অনুষ্ঠানত অংশগ্ৰহণ কৰোৱাৰ বাবে দক্ষিণ ভাৰতলৈ লৈ যোৱা হৈছিল। কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছতো প্ৰতিশ্ৰুতি অনুসৰি পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ উঠিছে। কেৱল সেয়াই নহয়, কেইবাগৰাকীও নৃত্যশিল্পীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বকভাৱে দৰৱ সেৱন কৰোৱাৰো অভিযোগ উত্থাপন কৰিছে হিমাশ্ৰীৰ সৈতে যোৱা আন একাংশ নৃত্যশিল্পীয়ে।

নৃত্যশিল্পীসকলে জনোৱা অনুসৰি, হিমাশ্ৰীয়ে ১৮ তাৰিখে এটা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছিল। কিন্তু তেওঁৰ সেই অনুষ্ঠান আয়োজকৰ পছন্দ নোহোৱাৰ বাবে পাৰিশ্ৰমিক বন্ধ কৰি ৰখাৰ ভাবুকি দিয়া হৈছিল বুলি অভিযোগ উঠিছে। আনকি হিমাশ্ৰীৰ সৈতে অন্ধ্ৰ প্ৰদেশলৈ যোৱা দুগৰাকী নৃত্যশিল্পীক আয়োজকে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

ইয়াৰ উপৰি, তুলনামূলকভাৱে ক্ষীণ গঢ়ৰ কেইবাগৰাকীও নৃত্যশিল্পীক শকত আৰু স্বাস্থ্যৱান দেখুৱাবলৈ গোবিন্দই অবৈধভাৱে আৰু বলপূৰ্বকভাৱে দৰৱ সেৱন কৰোৱাইছিল বুলি অভিযোগ কৰিছে তেওঁলোকৰ একাংশই। বিশাখাপট্টনমত থকা এগৰাকী যুৱতীয়েও সদৌ অসম কৰিঅ’গ্ৰাফাৰ এছ’চিয়েচনৰ সদস্যৰ সৈতে টেলিফোনিক বাৰ্তালাপত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, হিমাশ্ৰী বড়োৰ ৰেলযাত্ৰাক লৈও কেতবোৰ কথা পোহৰলৈ আহিছে। হিমাশ্ৰীৰ বান্ধৱী জ্যোতিৰ চিনাকি অবিনাশ নামৰ এজন যুৱকে তেওঁক ৰেলত উঠাই দিছিল বুলি জানিবলৈ দিছে এগৰাকী নৃত্যশিল্পীয়ে। অৱশ্যে, হিমাশ্ৰীয়ে ফোনযোগে সেই যুৱকজনক চিনি নাপায় বুলি জনোৱা বুলি নৃত্যশিল্পীগৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰে।

হিমাশ্ৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি? তেওঁৰ সৈতে যোৱা নৃত্যশিল্পীসকলৰ ওপৰত সঁচাকৈয়ে নিৰ্যাতন চলোৱা হৈছিল নেকি? পাৰিশ্ৰমিকক লৈ হোৱা বিবাদৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক আছে নেকি? এই সকলোবোৰ দিশৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন হৈছে। অৱশ্যে, ইভেণ্ট মেনেজাৰ গোবিন্দৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ তদন্তৰ জৰিয়তে নিশ্চিত হোৱাটো প্ৰয়োজন। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24himashree bodo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
Next Post
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.