• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

12 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

14 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

15 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

15 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

16 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

16 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

17 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

17 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

19 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

19 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

বহুদিন ধৰি তেওঁলোকৰ ওচৰ চুবুৰীয়াই দেখা নোপোৱাতহে এই ঘটনা পোহৰলৈ আহে

editor by editor
December 30, 2023
in Uncategorized
0
৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…
0
SHARES
471
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ এটা ৪১কোটি টকাৰ অট্টালিকা। বিলাসী এই অট্টালিকাটোৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে স্বামী-পত্নীৰ লগতে তেওঁলোকৰ একমাত্ৰ কন্যাৰ মৃতদেহ। বহুদিন ধৰি তেওঁলোকৰ ওচৰ চুবুৰীয়াই দেখা নোপোৱাতহে এই ঘটনা পোহৰলৈ আহে। প্ৰাপ্ত তথ্য অনুসৰি, অধিক আৰ্থিক সংকটত ভুগি আছিল পৰিয়ালটি। যাৰ বাবে তেওঁলোকে অৱশেষত এই চৰম পন্থা গ্ৰহণ কৰিলে।

আমেৰিকাৰ নিউ জাৰ্চিত সংঘটিত হৈছে এই ঘটনা। ৫৭বছৰীয়া ৰাকেশ কমল নামৰ মৃত ব্যক্তি গৰাকী ভাৰতীয় মূলৰ বুলি জানিব পৰা গৈছে। ভাৰতৰ পৰা যোৱাৰ পাছত আমেৰিকাত বিবাহপাশত আৱদ্ধ হৈ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল ৰাকেশে। ৰাকেশ কমলৰ মৃতদেহৰ সৈতে তেওঁৰ ৫৪বছৰীয়া পত্নী টীনা আৰু ১৮বছৰীয়া কন্যা এৰিয়ানাৰো মৃতদেহ উদ্ধাৰ হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলিয়ে প্ৰতীয়মান হৈছে। গভীৰ আৰ্থিক সংকটত পৰি পৰিয়ালটোৱে এই পথ বাচি লোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে। ব্যৱসায়িকভাৱে যথেষ্ট সবল আছিল পৰিয়ালটো। তেওঁলোকে বাস কৰা ঘৰটোৰ মূল্যই আছিল ৫০লাখ ডলাৰৰ। অৰ্থাত ভাৰতীয় মূল্যত ৪১কোটিৰো অধিক।

ৰাকেশ কমল আৰু তেওঁৰ পত্নী টীনাই এডুনেৱা নামৰ এটা শৈক্ষিক প্ৰতিষ্ঠান পৰিচালনা কৰিছিল। সেই প্ৰতিষ্ঠানটোও এতিয়া বন্ধ। আৰক্ষীয়ে স্বামীৰ মৃতদেহৰ কাষত এটা পিষ্টল উদ্ধাৰ কৰিছে। সেই পিষ্টলেৰেই পত্নী, জীয়াৰীক হত্যা কৰি নিজেও আত্মহনন কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
আদৰি অনা হ’ব বিশাল ৰেলীৰেঃ শান্তি চুক্তি সমাপন কৰি আজি বীৰদৰ্পে অসমত খোজ থব অনুপ চেতিয়া বাহিনীয়ে…

আদৰি অনা হ’ব বিশাল ৰেলীৰেঃ শান্তি চুক্তি সমাপন কৰি আজি বীৰদৰ্পে অসমত খোজ থব অনুপ চেতিয়া বাহিনীয়ে…

উভতি চাও ২০২৩ঃ ‘ৰঘুপতি’ চুপাৰহিট, ‘ৰাঘৱ’ ফ্লপ! ‘নেলীৰ কথা’ চাবলৈ দৰ্শকেই নাহিল…

উভতি চাও ২০২৩ঃ 'ৰঘুপতি' চুপাৰহিট, 'ৰাঘৱ' ফ্লপ! 'নেলীৰ কথা' চাবলৈ দৰ্শকেই নাহিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.