• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উভতি চাও ২০২৩ঃ ‘ৰঘুপতি’ চুপাৰহিট, ‘ৰাঘৱ’ ফ্লপ! ‘নেলীৰ কথা’ চাবলৈ দৰ্শকেই নাহিল…

উভতি চাও ২০২৩ঃ ‘ৰঘুপতি’ চুপাৰহিট, ‘ৰাঘৱ’ ফ্লপ! ‘নেলীৰ কথা’ চাবলৈ দৰ্শকেই নাহিল…

3 years ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

27 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

1 hour ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

3 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

4 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

6 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

উভতি চাও ২০২৩ঃ ‘ৰঘুপতি’ চুপাৰহিট, ‘ৰাঘৱ’ ফ্লপ! ‘নেলীৰ কথা’ চাবলৈ দৰ্শকেই নাহিল…

৩১ডিচেম্বৰ, বছৰৰ আজি শেষ দিন...

editor by editor
December 31, 2023
in Uncategorized
0
উভতি চাও ২০২৩ঃ ‘ৰঘুপতি’ চুপাৰহিট, ‘ৰাঘৱ’ ফ্লপ! ‘নেলীৰ কথা’ চাবলৈ দৰ্শকেই নাহিল…
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ৩১ডিচেম্বৰ! বছৰৰ আজি শেষ দিন।  সফলতা, বিফলতা, প্ৰাপ্তি, অপ্ৰাপ্তি, আনন্দ, বিষাদ, পোৱা, নোপোৱাৰ মাজেৰে ২০২৩ বৰ্ষটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান ঘন্টা।   মনত নতুন আশা, প্ৰত্যাশালৈ আকৌ আৰম্ভ হ’ব এটা নতুন বছৰ। এৰি অহা ২০২৩ বৰ্ষটোত অসমীয়া ছবিজগতত কি নতুন সংযোজন ঘটিল, এবাৰ উভতি চাও আহকচোন।

বছৰৰ আৰম্ভণিতে মুক্তি পাইছিল  মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অতি সুক্ষ্মনুভূতিৰ ছবি অনুৰ। ছবিখন মুক্তি হোৱা কেইটামান দিনৰ পাছতে মুক্তি পাইছিল হিন্দী ছবি পাঠান। যাৰ বাবে ছবিখন এসপ্তাহৰ পাছতে ছবিঘৰৰ পৰা আতৰি গৈছিল। বক্স অফিচত ছবিখনে বিশেষ একো সফলতা লাভ নকৰিলেও কেইবাটাও ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত কৰা হ’ল অসমীয়া ছবি অনুৰক।

অনুৰৰ পাচতে ২০২৩ৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাইছিল  ডাঃ বেজবৰুৱাৰ চিকুৱেল ডাঃ বেজবৰুৱা ২।  দৰ্শকৰ অতিকৈ যোগাত্মক সহাঁৰি লাভ কৰি ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল প্ৰায় ৭কোটি টকা। জুবিন গাৰ্গৰ প্ৰতিটো গীতেই হৈছিল চুপাৰহিট।  ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল নিপন গোস্বামী। ছবিখনত জুবিন গাৰ্গৰ অভিনয়ো আছিল দৰ্শকে আদৰি লোৱাৰ অন্যতম এটা কাৰন।

২০২৩ৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি ৰঘুপতি। ২০২৩ৰে নহয় অসমীয়া ছবিজগতৰ বক্সঅফিচৰ সকলো ৰেকৰ্ড ভংগ কৰি এই ছবিখনে প্ৰায় ১২কোটি টকা উপাৰ্জন কৰিছিল। বহু বিৰতিৰ মূৰত ৰবি শৰ্মাৰ একশ্যনৰ লগতে এগৰাকী যুৱ পৰিচালক সুব্ৰত কাকতিৰ সুনিপুণ পৰিচালনাই ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এই ছবিখনৰ নাৰায়ণ শীৰ্ষক গীতটোৱে সকলোৰে হৃদয় চুইছিল।

চৰ্চিত আছিল যদিও যতীন বৰাৰ ছবি ৰাঘৱো আহিছিল ২০২৩ বৰ্ষতে। কিন্তু সামাজিক, ৰাজনৈতিক বিভিন্ন ইচ্ছ্যুৰ মাজত সোমাই এই ছবিখনে দৰ্শকৰ আশানুৰূপ সহাঁৰি লাভ নকৰিলে। একাংশই ছবিখন বৰ্জন কৰিলে। সেয়া যি কি নহলেও এই ছবিখনেও একাংশ দৰ্শকৰ বেচ সমাদৰ লাভ কৰিছিল।

মমতাৰ চিঠি। ২০২৩বৰ্ষৰ অন্যতম এখন ছবি।  হেম বৰুৱাৰ সেই বিখ্যাত কবিতাটোৰ আলমত নিৰ্মাণ কৰা ছবিখনেও দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল। মুখা বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ পৰিচালক আছিল নিৰ্মল দাস। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল গুঞ্জন ভৰদ্বাজ।

২০২৩ৰ চৰ্চিত আৰু বিগ বাজেটৰ এখন ছবি আছিল- ৰঙাটাপু-১৯৮২। এটা বুৰঞ্জীৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। যুৱ পৰিচালক আদিত্যমৰ পৰিচালনা নিৰ্মাণ হোৱা ছবিখন আছিল ২০২৩ৰ অন্যতম এখন সফল চিনেমা। আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাসৰ লগতে বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

বছৰটোৰ একেবাৰে শেষত আহিছিল অসমীয়া ছবি নেলীৰ কথা। নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনে দৰ্শকৰ বিশেষ সহাঁৰি লাভ নকৰিলে। পাৰ্থজিত বৰুৱাই পৰিচালনা কৰা ছবিখন ৮ডিচেম্বৰত মুক্তি লাভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ

বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ

সমালোচনাক আমি আশীৰ্বাদ বুলি ভাৱোঃ অনুপ চেতিয়া

সমালোচনাক আমি আশীৰ্বাদ বুলি ভাৱোঃ অনুপ চেতিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.