• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

8 months ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

25 minutes ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

35 minutes ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

48 minutes ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

2 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

6 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

7 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভেনিজুৱেলাৰ মাজত বাঢ়িছে উত্তেজনা৷ আমেৰিকাৰ চৰকাৰৰ ৪ অধিকাৰিয়ে জনোৱা অনুসৰি আগন্তুক কিছুদিনৰ ভিতৰত ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰিব পাৰে মাৰ্কিন বাহিনীয়ে৷ এতিয়াও সেই অপাৰেছন ক’ত কেনেকৈ হ’ব সেয়া নিৰ্দিষ্টকৈ জনোৱা হোৱা নাই৷ কিন্তু সেয়া খুব কম সময়তেই হ’ব তাৰ পূৰ্বাভাষ দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷

এই অধিকাৰিসকলৰ মতে প্ৰাথমিকভাৱে কোভাৰ্ট অপাৰেছন চলাব পাৰে আমেৰিকাই৷ তাৰপিছতেই অন্য দিশত আগুৱাব পাৰে ডোনাল্ড ট্ৰাম্পৰ বাহিনীয়ে৷ আৰু এয়া কেৱল ধমকি নহয়৷ বৰং কেৰেবিয়ান ক্ষেত্ৰত দিশত চকু ৰাখিলেই বিষয়টো পৰিষ্কাৰ হৈ পৰিব৷ ইতিমধ্যেই বঢ়াই দিয়া হৈছে সেনাৰ সংখ্যা৷ এই বিষয়ে বেছি তথ্য অৱশ্যে দিব খোজা নাই আমেৰিকাই৷ বিষয়টো গোপনে ৰাখিবলৈকে যত্ন কৰিছে তেওঁলোকে৷

হোৱাইট হাউছে কমেণ্ট কৰা নাই

এই বিষয়ে কোনো মন্তব্য ৰাখিবলৈ ৰাজি নহয় হোৱাইট হাউচ৷ ট্ৰাম্প প্ৰশাসনৰ এগৰাকী অধিকাৰীয়ে কয় ভেনিজুৱেলাৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে মাৰ্কিন চৰকাৰে৷ তেওঁ কয়, ‘প্ৰেচিডেণ্ট ট্ৰাম্পে আমেৰিকাৰ ড্ৰাগ সৰবৰাহ ৰখাবলৈ একাধিক পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ হৈছে৷ ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকক বিচাৰৰ আওঁতালৈ অনা হ’ব৷’

নিকোলাছ মাদুৰোৰ চৰকাৰক ওফৰাই পেলোৱাৰ ধমকি

ভেনিজুৱেলাত এতিয়া চলিছে নিকোলাছ মাদুৰোৰ চৰকাৰ৷ আৰু সেই চৰকাৰেই বে আইনী ড্ৰাগ ব্যৱসায়ৰ সৈতে যুক্ত বুলি ধাৰণা কৰিছে ট্ৰাম্প চৰকাৰে৷ যদিও মাদুৰৱে এই দাবী মানিব খোজা নাই৷ ইফালে ডোনাল্ড ট্ৰাম্পো এৰি দিয়া ভকত নহয়৷ এই পৰিপ্ৰেক্ষিততেই উত্তপ্ত হৈছে পৰিস্থিতি৷

সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে যে এই সময়ত আমেৰিকাই মাদুৰৰ চৰকাৰক ওফৰাই পেলাব পাৰে৷ আৰু এই বিষয়টো স্বীকাৰ কৰিছে মাদুৰে নিজেও৷ মাদুৰে জনাইছে যে আমেৰিকাই তেওঁক গাদীৰ পৰা খেদিব বিচাৰি আছে৷ ভেনিজুৱেলাৰ মানুহ আৰু সেনাইয়ো ইয়াৰ বিৰোধিতা কৰিব৷ এই পৰিস্থিতিত US FAA সকলোকে সতৰ্ক কৰিছে৷ তেওঁলোকৰ মতে, এতিয়া ভেনিজুৱেলাৰ ওপৰেৰে বিমানেৰে যাত্ৰা কৰাটোও বিপদ হ’ব পাৰে৷ ইয়াৰপাছতেই একাধিক আন্তৰ্জাতিক এয়াৰলাইন্সে নিজৰ ফ্লাইট বাতিল কৰিছে৷ অৱশ্যে যুদ্ধসদৃশ পৰিস্থিতি হলেও বাৰ্তালাপেৰে পৰিস্থিতি চম্ভালি লোৱাৰো এক অপশ্ব্যন ৰাখিছে আমেৰিকাৰ প্ৰশাসনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
Next Post
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.