আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

আমি যি বতাহেৰে শ্বাস প্ৰশ্বাস লওঁ সেয়া চিৰস্থায়ী বুলিয়েই ধৰি লওঁ৷ পুৱাই টোপনিৰ পৰা উঠি এক নিঃশ্বাস পেলোৱাৰ সময়ত কোনোৱে নাভাৱো কাইলৈৰ বাবেও অক্সিজেন থাকিবনে? কিন্তু নাছাৰ উদ্যোগত ইউনিভাৰ্ছিটি অফ জৰ্জিয়া টেকৰ গৱেষকসকলে নতুন এক গৱেষণাত জনাইছে যে পৃথিৱীৰ অক্সিজেনসমৃদ্ধ বায়ুমণ্ডল প্ৰকৃততে গ্ৰহটোৰ ইতিহাসত এক সাময়িক অধ্যায় এয়া চূড়ান্ত নহয়৷

পৃথিৱীৰ জলবায়ু, ৰসায়ন আৰু জীৱনৰ পাৰস্পৰিক সম্পৰ্ক বিশ্লেষণ কৰিবলৈ গৱেষকে এক উন্নত অৰ্থ চিষ্টেম মডেল ব্যৱহাৰ কৰিছে আৰু ৪লাখতকৈ বেছি কম্পিউটাৰ চিমুলেছন চলাইছ৷ তেওঁলোকৰ হিচাপ অনুসৰি আজিৰ দৰে অন্তত বৰ্তমান স্তৰৰ ১ শতাংশ অক্সিজেন বজায় ৰাখিব পাৰিব পৃথিৱীয়ে গড়ে প্ৰায় ১০৮ কোটি বছৰ৷ এই সময়সীমা গড়ে ১.০৮ বিলিয়ন বছৰ হলেও কিছু অনিশ্চয়তাও আছে৷

ইয়াৰ পাছত পৰিবৰ্তন হ’ব দ্ৰুত, ভূতাত্ত্বিক সময়ৰ মানদণ্ড৷ মডেলে কৈছে, এবাৰ ডি অক্সিজেনছন বা অক্সিজেন হ্ৰাসৰ প্ৰক্ৰিয়া আৰম্ভ হলে বায়ুমণ্ডলৰ অক্সিজেন হঠাতেই নামি যাব সেই স্তৰলৈ৷ যি আছিল গ্ৰেট অক্সিডেছন ইভেণ্টৰ পূৰ্বৰ পৃথিৱীত৷ সেই সময়তেই পৃথিৱী আছিল মূলত অক্সিজেনবিহীন, য’ত অক্সিজেন ব্যৱহাৰ নকৰা অণুজীৱই আধিপত্য কৰিছিল৷

এই সুদূৰ ভৱিষ্যতৰ পৰিবৰ্তনৰ আঁৰৰ কাৰণত কোনো প্ৰদূষণ, বন ধ্বংস বা মানৱ কৰ্মকাণ্ডও নহয়৷ মূল চালিকা শক্তি হৈছে সূৰ্যৰ ধীৰে ধীৰে উজ্জ্বল হৈ উঠা প্ৰক্ৰিয়া৷ কেইবাশ মিলিয়ন বছৰত সূৰ্যৰ বিকিৰণ বাঢ়ি থাকিলে পৃথিৱীৰ দীৰ্ঘম্যাদি কাৰ্বন চক্ৰত বৃহৎ পৰিবৰ্তন আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *