• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 months ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

1 hour ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

2 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

2 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

3 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

4 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

5 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

5 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

6 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

8 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

9 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত ৰাহুক ৰহস্য, পৰিবৰ্তন আৰু হঠাৎ পোৱা লাভৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ ৰাহুৱে যেতিয়াই ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৃথক পৃথকভাৱে দেখা যায়৷ ২০২৬ চনত ৰাহুৰ গোচৰক বিশেষৰূপে চোৱা হৈছে৷ কাৰণ এই বছৰ ৰাহুৱে নিজৰ নক্ষত্ৰ শতভিষাত বিৰাজ কৰিছে৷ নতুন বছৰত ৰাহুৱে শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু ২ আগষ্ট ২০২৬লৈকে তাতেই থাকিব৷ শতভিষা ৰাহুৰ নিজৰ নক্ষত্ৰ, সেয়ে এই অৱস্থাত ৰাহুৰ শক্তি কেইবাগুণো বৃদ্ধি পাব৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি এই সময়ত ৰাহুৰ প্ৰভাৱ খুবেই গভীৰ আৰু নিৰ্ণায়ক হব৷ ৰাহুৰ প্রভাৱত কেইবাটাও ৰাশিৰ জীৱনলৈ সুখবৰ আহিব৷ এই ৰাশিসমূহ কি কি?

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে ৰাহুৰ এই গোচৰ খুবেই বিশেষ হব৷ এই সময়ত ৰাহুৱে এই ৰাশিৰ দ্বাদশ ঘৰত থাকিব৷ এই অৱস্থানে বৈদেশিক সম্পৰ্ক, আমদানি-ৰপ্তানি, অনলাইন ব্যৱসায় আৰু আধ্যাত্মিক ক্ষেত্ৰত সুবিধা পাব মীন ৰাশিৰ জাতকে৷ হঠাৎ আৰ্থিক লাভৰ মুখ দেখিব৷ দীৰ্ঘদিনৰ অমীমাংসিত প্ৰকল্পসমূহ সম্পন্ন হব৷ যিসকলে বিদেশ ভ্ৰমণ বা কাম কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে সাফল্য পাব পাৰে৷ ব্যয় বৃদ্ধি পাব পাৰে৷ ভাৰসাম্য বজায় ৰাখি চলিলে আয় ভাল হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ৰাহুৰ গোচৰে তেওঁলোকৰ কৰ্মজীৱন আৰু সামাজিক জীৱনত উল্লেখযোগ্য পৰিবৰ্তন আনিব পাৰে৷ এই সময়ত ৰাহুৱে নতুন চিন্তাভাৱনা আৰু ভিন্ন পথৰ অনুপ্ৰেৰণা জোগাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ যোগ আছে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ নতুন যোগাযোগত উল্লেখযোগ্য সুযোগ আহিব পাৰে৷ ৰাজনীতি, প্ৰযুক্তি, মিডিয়া আৰু গৱেষণাত জড়িতসকলৰ বাবে এই সময় খুবেই লাভজনক হব৷ ৰাহুৰ কৃপাত হঠাৎ মান-সন্মান আৰু পৰিচয়ৰ যোগ তৈয়াৰ হব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবে ৰাহুৰ গোচৰ বিশেষভাৱে শুভ থাকিব৷ এই সময়কালত ৰাহু পঞ্চম ঘৰলৈ গমন কৰিব আৰু নৱম, একাদশ আৰু বিবাহৰ ঘৰত দৃষ্টি দিব৷ এই অৱস্থান ভাগ্য, লাভ আৰু ব্যক্তিত্বক শক্তিশালী কৰিব৷ তুলা ৰাশিৰ জাতক জাতিকাই শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰেমৰ সম্পৰ্ক আৰু সন্তান সম্পৰ্কিত বিষয়ত ইতিবাচক ফলাফল আশা কৰিব পাৰে৷ বিনিয়োগত লাভৰ সম্ভাৱনা আছে৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব আৰু অতীতৰ প্ৰচেষ্টাও এই সময়ত ফলপ্ৰসূ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
Next Post
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.