• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

2 years ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

4 minutes ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

8 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

9 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

10 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

10 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

11 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

11 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

12 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

12 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

13 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

14 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

editor by editor
September 1, 2024
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত
0
চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড
0
SHARES
777
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

কি হৈছে কলকাতাত, এইবাৰ চিকিৎসকৰ পাছত এগৰাকী নাৰ্চ। এফালে নাৰী সুৰক্ষাৰ বাবে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে আন্দোলন-প্ৰতিবাদ চলি থকাৰ সময়তে আনফালে পুনৰ এগৰাকী নাৰ্চৰ সৈতে নিৰ্লজ্জ কাণ্ড। মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা শান্ত নহওতেই পুনৰ হাস্পতালৰ ভিতৰতে এগৰাকী নাৰ্চক নিৰ্যাতনৰ অভিযোগ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৩১ আগষ্ট শনিবাৰে নিশা বীৰভূমৰ ইলামবাজাৰ স্বাস্থ্য কেন্দ্ৰত এনে এটা ঘটনা পোহৰলৈ আহে। ইয়াত এগৰাকী ৰোগীয়ে কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অনুপযুক্ত স্পৰ্শৰ অভিযোগ নাৰ্চৰ।

তথ্য অনুসৰি এজন ৰোগীক চিকিৎসাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ অনা হয়। চেলাইন প্ৰয়োগ কৰাৰ সময়ত নাৰ্ছগৰাকীক অনুচিতভাৱে স্পৰ্শ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। নাৰ্ছগৰাকীয়ে তেওঁৰ অভিযোগত কয় যে ৰোগীজনক জৰুৰীকালীন বিভাগলৈ অনা হৈছিল আৰু তাতেই তেওঁক কৰ্তব্যত ৰখা হৈছিল। এই সময়ছোৱাত ৰোগীয়ে তেওঁক নিৰ্যাতন চলাইছিল। নাৰ্চে কয় যে এই সময়ছোৱাত ৰোগীৰ পৰিয়ালৰ কিছু সদস্যও তাত উপস্থিত আছিল।

নাৰ্ছগৰাকীয়ে কয় যে ৰোগীগৰাকীয়ে তেওঁৰ ব্যক্তিগত অংগসমূহ অনুচিতভাৱে স্পৰ্শ কৰিছিল আৰু লগতে তেওঁক নিৰ্যাতন চলাইছিল। নিৰাপত্তাৰ অভাৱৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰে নাৰ্ছগৰাকীয়ে। অন্যথা এজন ৰোগীয়ে পৰিয়ালৰ সদস্যৰ সান্নিধ্যত এনে কাম কৰিব নোৱাৰে।

এই ঘটনাই স্বাস্থ্যকেন্দ্ৰত উত্তেজনাৰ সৃষ্টি কৰাত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক ফোন কৰে। বিষয়াসকলে সেই স্থানত উপস্থিত হৈ অভিযুক্ত ৰোগীজনক গ্ৰেপ্তাৰ কৰে। নাৰ্চগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘পূৰ্বৰে পৰা আমি সকলো শংকাত ভুগি আছো, তাতে আৰু এনে পৰিস্থিতি। এনে ধৰণৰ পৰিস্থিতিৰ বাবে কাম কৰা কঠিন হৈ পৰে।’

উল্লেখ্য যে, ৯ আগষ্টত আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই গোচৰৰ পিছত সমগ্ৰ দেশৰ বহু বৃহৎ চিকিৎসালয়ত ধৰ্মঘট হয়। ইয়াৰ পিছত চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত মহিলা চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। এই গোচৰৰ পিছতে সমগ্ৰ দেশৰ চিকিৎসালয়ত মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ বহু ঘটনা পোহৰলৈ আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AllegationkolkataKolkata HospitalMolestationsMolestations allegationmolestations case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
Next Post
শনি-ৰাহুৰ মিলনে সংকট আনিব ৩ ৰাশিৰ জীৱনলৈ, অৰ্থ হানিৰ ভয়

শনি-ৰাহুৰ মিলনে সংকট আনিব ৩ ৰাশিৰ জীৱনলৈ, অৰ্থ হানিৰ ভয়

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.