• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

2 years ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

21 minutes ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

49 minutes ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

9 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

10 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

11 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

11 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

12 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

12 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

13 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

13 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

14 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

editor by editor
September 1, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত সন্দেহজনক অৱস্থাত উদ্ধাৰ আই পি এছ বিষয়াৰ কন্যাৰ নিথৰ দেহ

উত্তৰ প্ৰদেশৰ পৰা আহিছে এটা ডাঙৰ খবৰ। ৰাজধানী লক্ষ্ণৌত এগৰাকী ছাত্ৰীৰ সন্দেহজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত। ছাত্ৰীগৰাকীৰ পিতৃ এন আই এ দিল্লীৰ আই জি হিচাপে কৰ্তব্যত অধিষ্ঠিত হৈ আছে। তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৯ বছৰীয়া অনিকা ৰস্তোগী আইন বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষৰ এল এল বি ছাত্ৰী আছিল।

প্ৰাথমিক তথ্য অনুসৰি অনিকা নিশা হোষ্টেলৰ কোঠালৈ গৈছিল। অনিকাৰ লগৰ সকলে পুৱাই অনিকাৰ ৰুমলৈ গৈ দৰ্জা বন্ধ দেখি কেইবাবাৰো ফোন লগাই। কিন্তু বহু সময় ধৰি অনিকাই কোঠাটোৰ দুৱাৰ নোখোলাত আৰু ভিতৰৰ পৰা কোনো শব্দও নহাত চিন্তাত পৰে বান্ধৱীসকল।

পাছত জোৰ কৰি দৰ্জা ভাঙি যেতিয়া অনিকাৰ কোঠাত প্ৰৱেশ কৰে, তেতিয়া সকলো স্তম্ভিত হৈ পৰে। অনিকাৰ মৃতদেহ সন্দেহজনক অৱস্থাত হোষ্টেলৰ কোঠাটোৰ মজিয়াত পৰি আছিল। লগে লগে হাহাকাৰ লাগি যায়। বিশ্ববিদ্যালয় আৰু হোষ্টেল প্ৰশাসনক এই বিষয়ে অৱগত কৰা হয়। আৰক্ষীকো খবৰ কৰা হয় ঘটনা সন্দৰ্ভত।

এই ঘটনাই সমগ্ৰ বিশ্ববিদ্যালয় আৰু হোষ্টেলত আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি কোঠাটোৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অনিকাৰ বান্ধৱীসকলকো জেৰা অব্যাহত ৰাখিছে। অনিকাৰ পিতৃ সন্তোষ ৰাস্তোগী আই পি এছ বিষয়া আৰু বৰ্তমান এন আই এ দিল্লীৰ আই জি।

বৰ্তমানলৈ ঘটনা সন্দৰ্ভত বিশেষ তথ্য লাভ কৰা নাই আৰক্ষীয়ে। সেয়ে মৰণোত্তৰ পৰীক্ষাৰ ফলাফললৈ অপেক্ষা সকলোৰে। সেই ফলাফল অহাৰ পিছতহে জানিব পৰা যাব ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ কি!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dead Body FoundIPS DaughterLaw CollegeRam Mohan Lohiya National Law College
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
Next Post
আজিৰ ৰাশিফলঃ সিংহ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ আয় বৃদ্ধি হ’ব, কেৱল চিন্তাত থাকিব এই ২ ৰাশিৰ লোক

আজিৰ ৰাশিফলঃ সিংহ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ আয় বৃদ্ধি হ'ব, কেৱল চিন্তাত থাকিব এই ২ ৰাশিৰ লোক

অসমসহ দেশৰ ২০ খন ৰাজ্যত হাই এলাৰ্ট, ৯৯ খন ট্ৰেইন বাতিল

অসমসহ দেশৰ ২০ খন ৰাজ্যত হাই এলাৰ্ট, ৯৯ খন ট্ৰেইন বাতিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.