• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম

দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম

5 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

2 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

2 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

3 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

3 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

4 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

5 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

6 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

6 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

6 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

7 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম

editor by editor
December 25, 2021
in উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশৰ কোভিড পৰিস্থিত ক্ৰমাৎ ভয়ৱহতাৰ ফালে গতি কৰিছে৷ এইপৰ্যন্ত দেশত আমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৪১৫ গৰাকীলৈ৷ অমিক্ৰণত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ আৰি দিল্লীত৷ অমিক্ৰনৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০ খন ৰাজ্যলৈ প্ৰেৰণ কৰিছে মাল্টি ডিচিপ্লিনেৰী টীম৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, যিসমূহ ৰাজ্যত অমিক্ৰণ সংক্ৰমণৰ ঘটনা উচ্চ হাৰত বৃদ্ধি পাইছে আৰু ভেকচিনেচৰ হাৰ যিসমূহ ৰাজ্য কম হৈছে সেইসমূহ ৰাজ্যত নিযুক্তি দিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ দল৷ আগন্তুক ৩-৫ দিনৰ বাবে নিযুক্ত হ’ব ৰাজ্যসমূহত৷ কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাবত নিযুক্তি দিব মাল্টি ডিচিপ্লিনেৰী টীম৷ প্ৰতিদিনে  সন্ধিয়া ৭ বজাত কোভিড স্থিতি সন্দৰ্ভত ৰিপ’ৰ্ট প্ৰেৰণ কৰিব কেন্দ্ৰলৈ৷ উল্লেখ্য, ভাৰতত এইপৰ্যন্ত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ টালৈ বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে বিগত ২৪ ঘণ্টাত কোভিড আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭,১৮৯ গৰাকী৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelmulti disciplinary teamomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া
ভাৰত

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

October 28, 2026
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ
অপৰাধ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
Next Post
পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ

পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ

চুপৰষ্টাৰ ছলমান খানক সৰ্প দংশন। তৎকালিনভাৱে ভৰ্তি চিকিৎসালয়ত

চুপৰষ্টাৰ ছলমান খানক সৰ্প দংশন। তৎকালিনভাৱে ভৰ্তি চিকিৎসালয়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.