• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে

ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে

3 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

34 minutes ago
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

1 hour ago
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

2 hours ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

3 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

3 hours ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

12 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

13 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

14 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

15 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

16 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

16 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে

editor by editor
April 30, 2023
in জীৱনশৈলী, বিশ্ব
0
ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভায়েগ্ৰা নিষিদ্ধ হৈছে পাকিস্তানত৷ ভায়েগ্ৰা নিষিদ্ধ হোৱাৰ পাছতেই পকিস্তানী পুৰুষসকলে ভায়েগ্ৰাৰ সলনি কি ব্যৱহাৰ কৰিব পাৰি সেয়া বিচৰা আৰম্ভ কৰিছে৷ যৌনশক্তি বৰ্ধক ঔষধৰ বিকল্প হিচাপে বিশেষ পন্থা হাতত লৈছে পাকিস্তানৰ লোকে৷ সংবাদ সংস্থা এএফপিয়ে জনোৱা অনুসৰি এবিধ জেঠিজাতীয় সৰীসৃপৰ বিক্ৰি বাঢ়িছে পাকিস্তানত৷ একাংশৰ বিশ্বাস যে এই সৰীসৃপৰ চৰ্বিৰ পৰা ওলোৱা তেল ব্যৱহাৰ কৰিলেই যৌনশক্তি বাঢ়ে৷ সংবাদ সংস্থাই জনোৱা অনুসৰি ৰাওৱালপিণ্ডিত এই তেলৰ চাহিদা বহু বেছি৷ পাকিস্তানৰ ৰাজা বজাৰত এই সৰীসৃপৰ তেল বিক্ৰী কৰে৷ এই তেল বিক্ৰেতাৰ মতে এই তেলৰ মাত্ৰ ৫ টোপালেই যথেষ্ট৷

পাকিস্তানত বিক্ৰী হোৱা এই প্ৰজাতিৰ সৰীসৃপ ভাৰততো উপলব্ধ৷ চোৰাং চিকাৰীয়ে ভাৰতৰ পৰাও চোৰাঙকৈ এই সৰীসৃপ ধৰি বিক্ৰি কৰিছে৷ এই সৰীসৃপ বেগাই দৌৰিব পাৰে৷ যাৰ বাবে ইয়াক ধৰাও ইমান সহজ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক
জীৱনশৈলী

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

June 10, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

June 10, 2026
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
Next Post
সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধানে কি ক’লে প্ৰধানমন্ত্ৰীক ?

ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধানে কি ক'লে প্ৰধানমন্ত্ৰীক ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.