• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰ

‘নেহৰুৰ ভুলৰ বাবেই হ’ল পাক অধিকৃত কাশ্মীৰ, অন্যথা আজি ভাৰতৰ অংশ হ’লহেঁতেন’

2 years ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

1 hour ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

2 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

3 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

4 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

5 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

6 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নেহৰুৰ ভুলৰ বাবেই হ’ল পাক অধিকৃত কাশ্মীৰ, অন্যথা আজি ভাৰতৰ অংশ হ’লহেঁতেন’

editor by editor
December 6, 2023
in ভাৰত, ৰাজনীতি
0
কাশ্মীৰ
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে জম্মু-কাশ্মীৰৰ সৈতে জড়িত দুখন নতুন বিধেয়কৰ প্ৰসংগ। নিজৰ বক্তব্যত শ্বাহে বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি লয়। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাক লৈ একাংশ লোকে সহজভাবে ল’ব পৰা নাই। ইতিমধ্যে জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক লোকসভাত গৃহীত হয়।
মোডী চৰকাৰে বাতিল কৰোৱা অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ ৪৫ হাজাৰ লোকৰ মৃত্যুৰ অন্যতম কাৰণ বুলি অভিহীত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে লগতে কয় যে জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) আইন ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ৰ জৰিয়তে সত্তৰ বছৰ ধৰি অন্যায় অবিচাৰৰ সন্মুখীন হৈ থকা লোকসকলে ন্যায় লাভ কৰিব।
শ্বাহে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয়, ‘পাকিস্তান অধিকৃত কাশ্মীৰৰ সমস্যাটো প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাবেই সৃষ্টি হৈছিল। যেতিয়া আমাৰ সেনা বিজয়ী হৈ আছিল, তেনেসময়তে যুদ্ধবিৰতি ঘোষণা কৰা হয়। যদি যুদ্ধবিৰতি তিনিদিন পাছত ঘোষণা কৰা হ’লহেঁতেন তেনেহ’লে পাকিস্তান অধিকৃত কাশ্মীৰ আজি ভাৰতৰ অংশ হ’লহেঁতেন।’ অমিত শ্বাহৰ এই মন্তব্যৰ পাছতেই সদনত হুলস্থুলৰ সৃষ্টি হয় আৰু বিৰোধীয়ে সদন ত্যাগ কৰে।
সদনত চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে কাশ্মীৰ প্ৰসংগত জৱাহৰলাল নেহৰুৰ অৱদান সন্দৰ্ভত তৰ্ক কৰিবলৈ এটা দিন নিৰ্ধাৰণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। একাংশ বিজেপি নেতাই কাশ্মীৰ বিষয়ত জৱাহৰলাল নেহৰুৱে সঠিকভাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ আনে বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। প্ৰত্যাহ্বান গ্ৰহণৰ বাবে চৰকাৰ সম্পূৰ্ণ সাজু বুলি উভতি ধৰে অমিত শ্বাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahjammu and kashmirjawaharlal nehruPoK
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?
অপৰাধ

May 25, 2026
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
জীৱনশৈলী

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

May 25, 2026
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
Next Post
২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ...

বন্ধ হৈ যাব পাৰে Facebook আৰু Instagram! কাৰণ জানিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন