• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

3 years ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

42 minutes ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

2 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

2 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

3 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

4 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

5 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

14 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

15 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

15 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

editor by editor
December 7, 2023 - Updated on January 1, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…
0
SHARES
694
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত ৰাহু আৰু কেতুক পাপী গ্ৰহ বুলি আখ্যা দিয়া হয়। ডেৰ বছৰত এবাৰ ৰাশি পৰিবৰ্তন কৰে এই গ্ৰহে। ২০২৩ চনৰ ৩০ অক্টোবৰত ৰাশি পৰিবৰ্তন কৰিছে ৰাহুৱে। এই সময়ত মেষ ৰাশিৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিৰ প্ৰৱেশ কৰিছে এই গ্ৰহই। নতুন বছৰত অৰ্থাৎ ২০২৪ত আকৌ ৰাশি পৰিবৰ্তন নকৰে এই গ্ৰহই। ১৮ মে ২০২৫ চনত ৰাহুৱে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। কিন্তু ২০২৪ চন কিছু ৰাশিৰ জাতকৰ বাবে সমস্যা সংকুল। ৰাহুল মীন ৰাশিত ভ্ৰমণে নতুন বছৰত কিছু ৰাশিৰ সমস্যা বৃদ্ধি কৰিব। জ্যোতিষ অনুসৰি ৰাহু নিষ্ঠুৰ গ্ৰহ। যি ব্যক্তিৰ কোষ্ঠীত ৰাহু দূৰ্বল সেই ৰাশিয়ে বেয়া পৰিনাম ভোগ কৰিব।

২০২৪চনত কোন কোন ৰাশিৰ দুৰ্ভোগ বাঢ়িব জানি থওক সবিশেষ

সিংহ ৰাশি
আপোনাৰ ৰাশিৰ অষ্টম স্থানত ৰাহুৱে বিৰাজ কৰিছে। এই ৰাশিৰ জাতকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যা বৃদ্ধি পাব। মীন ৰাশিত ৰাহুৰ গোচৰৰ ফল সিংহ ৰাশিৰ জাতকে ভোগ কৰিব। সাৱধানে গাড়ী চলাব। যাত্ৰাৰ সময়ত সতৰ্ক থাকক। স্বাস্থ্যৰ বিশেষ যত্ন লওক। ভাৱিচিন্তি অৰ্থলগ্নি কৰক। কাৰণ আৰ্থিক লোকচানৰ প্ৰৱল যোগ আছে। কাকোৱেই ধন ধাৰে নিদিব। কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা খুবেই কম থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত সমস্যা উৎপন্ন হ’ব। সম্পৰ্ক বজায় ৰাখিবলৈ হ’লে ধৈৰ্য্য ধৰক।

ধনু ৰাশি
এই ৰাশিৰ চতুৰ্থ স্থানত ৰাহুৱে বিৰাজ কৰিছে। সেয়ে ধনু ৰাশিৰ জাতকে নতুন বছৰত বিশেষ শুভ ফল লাভ নকৰিব। পাৰিবাৰিক অৱসাদৰ চিকাৰ হ’ব এই ৰাশিৰ জাতক। নিজৰ কামত ইমানেই ব্যস্ত থাকিব যে পৰিয়ালক সময় দিব নোৱাৰিব। স্বাস্থ্যৰ যত্ন লওক। আইনী বিবাদত সোমাই পৰিব পাৰে।

মীন ৰাশি
মীন ৰাশিতেই ৰাহুৱে বিচৰণ কৰিব। ইয়াৰ ফলত মীন ৰাশিৰ জাতকৰ স্বাস্থ্য বেয়া হ’ব। সমস্ত কামতেই কিবা নহয় কিবা জটিল বাধা আহিব। পৰিয়ালৰ সৈতে কোনো বিষয়ত কথা কটাকটি হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধানে থাকক। গাড়ী, সম্পত্তি সংক্ৰান্তিয় বিষয়ত আইনী জটিলতা আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
Next Post
বন্ধ হৈ যাব পাৰে Facebook আৰু Instagram! কাৰণ জানিলে চমকি উঠিব আপুনি

বন্ধ হৈ যাব পাৰে Facebook আৰু Instagram! কাৰণ জানিলে চমকি উঠিব আপুনি

শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?

শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.