• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

3 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

17 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

59 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

editor by editor
December 7, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?
0
SHARES
916
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে এজনৰ পাছত আনজন প্রভাৱশালী ব্যক্তিক। শেহতীয়াভাৱে আমন্ত্ৰণ লাভ কৰিছে বিগবী অমিতাভ বচ্চনেও। অয্যোধ্যাৰ নৱনিৰ্মিত এই মন্দিৰৰ উদ্বোধন হ’ব আগন্তুক ২২ জানুৱাৰীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালৰ। ইতিমধ্যে নানান মহলৰ চেলিব্ৰিটিয়ে আমন্ত্ৰণ পত্ৰ লাভ কৰিছে। আমন্ত্ৰণ লাভ কৰাৰ তালিকাত কোন কোনো প্ৰভাৱশালী ব্যক্তি আছে জানেনে?

অযোধ্যাত বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব চিনেমা, ক্ৰিকেট, উদ্যোগীকে ধৰি একাধিক তাৰকা। শ্ৰী ৰাম জন্মুভূমি ট্ৰাষ্টে জনোৱা অনুসৰি এই অনুষ্ঠানত উপস্থিত থাকিব ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, অভিনেতা অমিতাভ বচ্চন, অক্ষয় কুমাৰ, সংগীতশিল্পী আশা ভোছলে, উদ্যোগী মুকেশ আম্বানী আৰু ৰতন টাটা। এই তালিকা অৱশ্যে ইয়াতেই শেষ নহয়। উপস্থিত থাকিবলগীয়া ব্যক্তিৰ তালিকাত আছে কপিল দেৱ, অনীল কুম্বলে, ৰাহুল দ্ৰাবিড়। নিমন্ত্ৰণ লাভ কৰিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাইয়ো। এই অনুষ্ঠানত এইসকলৰ ওপৰিও উপস্থিত থাকিব একাংশ ৰাজনৈতিক নেতাও।

নামজ্বলা ব্যক্তিৰ ওপৰিও ৰাম মন্দিৰ উদ্বোধনত সকলোতকৈ আগত থাকিব বিজেপি নেতাসকল। এই তালিকাত আছে লালকৃষ্ণ আদোৱানী, মুৰলি মনোহৰ যোশী, বিনায় কাটিয়াৰ, উমা ভাৰতীৰ দৰে কেইবাজনো বৰ্ষীয়ান ৰাজনীতিবিদ। আগন্তুক ২২ জানুৱাৰীত ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত তেওঁলোকে আগভাগ ল’ব বুলিও জনাইছে ৰাম মন্দিৰ ট্ৰাষ্টে। বিজেপি নেতাসকলৰ ওপৰিও আমন্ত্ৰণ লাভ কৰিছে অন্যান্য ধৰ্মগুৰুসকলেও। অন্য অন্য ধৰ্মৰ ধৰ্মগুৰুৱেও নিমন্ত্ৰণ লাভ কৰিছে মন্দিৰ কমিটিৰ পৰা। কেৱলমাত্ৰ হিন্দু নহয়, জৈন মহাগুৰুৱেও এই মন্দিৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে। জৈন ধৰ্মগুৰু আচাৰ্য লোকেশ মুনিয়েও মন্দিৰ ট্ৰাষ্টৰ পৰা আমন্ত্ৰণ লাভ কৰিছে।

ৰাম মন্দিৰত কি কি সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব?
হাইপ্ৰফাইল অতিথিসকলৰ অংশগ্ৰহণেৰে এই উদ্বোধনী অনুষ্ঠান চলিব। ফলত সুৰক্ষাক লৈয়ো একাধিক প্ৰশ্ন উত্থাপিত হৈছে। সুৰক্ষাক লৈ চৰকাৰে বিশেষ ব্যৱস্থাও কৰিছে। মুখ্য অতিথি হিচাপে যিহেতু প্ৰধানমন্ত্ৰী উপস্থিত থাকিব সেয়ে নিৰাপত্তা ব্যৱস্থাত কোনো ত্ৰুটি ৰখা নাই যোগী চৰকাৰে। যিসকল সাধু, সন্ত, ধৰ্মগুৰু উপস্থিত থাকিব সকলোৱে নিজৰ আধাৰ কাৰ্ড দেখুওৱাব লাগিব। মোবাইল, মানি বেগ, মোনা, চাতি, পুজাৰ অৰ্ঘ অনুষ্ঠাতৰ ভিতৰত সোমোৱাব নোৱাৰিব। মূল অনুষ্ঠানত থাকোতে ২২ জানুৱাৰী পুৱা ১১ৰ পূৰ্বে সকলোৱে প্ৰৱেশ কৰিব লাগিব। তিনি ঘণ্টা ধৰি চলিব এই অনুষ্ঠান। ৰাম মন্দিৰৰ ভিতৰত প্ৰৱেশৰ পাছত তাৰপৰা প্ৰস্থানৰ বাবে এক কিঃমিঃ পথ অতিক্ৰম কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ শেষতহে সাধু সন্তসকলে ৰামলালক দৰ্শন কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
Next Post
গুগল পে, ফোন পেৰ পৰা ধন পঠিয়াবলৈ হ’লে দিব লাগিব OTP! UPI পেমেণ্টক লৈ নতুন পৰিকল্পনা মোদী চৰকাৰৰ

গুগল পে, ফোন পেৰ পৰা ধন পঠিয়াবলৈ হ’লে দিব লাগিব OTP! UPI পেমেণ্টক লৈ নতুন পৰিকল্পনা মোদী চৰকাৰৰ

কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.