• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয়া বচ্চনে এই কাৰণবোৰৰ বাবেই ত্যাগ কৰিছিল চিনেমাৰ কাম…

জয়া বচ্চনে এই কাৰণবোৰৰ বাবেই ত্যাগ কৰিছিল চিনেমাৰ কাম…

3 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

6 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

6 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

6 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

7 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

7 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

7 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

8 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

9 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

9 hours ago
৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

9 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

10 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জয়া বচ্চনে এই কাৰণবোৰৰ বাবেই ত্যাগ কৰিছিল চিনেমাৰ কাম…

editor by editor
October 29, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
জয়া বচ্চনে এই কাৰণবোৰৰ বাবেই ত্যাগ কৰিছিল চিনেমাৰ কাম…
0
SHARES
10.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাতিনী নব্যা নাভেলি নন্দাই আয়োজন কৰা এটা বিশেষ অনুষ্ঠানত উপস্থিত হৈছিল বচ্চন পৰিয়ালৰ সমূহ সদস্য৷ ৰাজ্যসভাৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনো সেই অনুষ্ঠানত উপস্থিত হৈ কৰা এটা বিশেষ মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে নেট দুনীয়াত৷ খঙাল জয়াই নৰম স্বৰত প্ৰথমবাৰৰ বাবে ক’লে প্ৰেমৰ কথা৷

অমিতাভৰ সৈতে চলা প্ৰেমৰ কথা প্ৰথমবাৰৰ বাবে জয়াই ক’লে৷ বিগবী অমিতাভৰ সৈতে জয়াৰ প্ৰেম বিবাহেই হৈছিল সেই কথাও অকপটে স্বীকাৰ কৰিছে জয়াই৷ বিয়াৰ পূৰ্বে প্ৰেয়সী হৈ থাকোতেই অমিতাভে জয়াক দিছিল কেইটামান বিশেষ চৰ্ত৷ সেই চৰ্ত আজিকোপতি মানি আহিছে বিগবীৰ পত্নী জয়াই৷ বিয়াৰ পাছত প্ৰতি দিনে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ ক’তো শ্বুটিং বা অন্যান্য কাম ৰাখিব নোৱাৰিব জয়াই৷ বিবাহৰ পাছত কাম এৰিবলৈ কোৱা নাছিল যদিও এই স্বৰ্ত বান্ধি দিছিল অমিতাভ বচ্চনে৷

জয়াই এই সম্পৰ্কে মত প্ৰকাশ কৰি কয়, ‘আমি প্ৰথমে ভাৱিছিলো আমি অক্টোবৰত বিয়া কৰাম। কাৰণ সেই সময়ত দুয়োৰে কামৰ চাপ কম থাকে। কিন্তু অমিতাভে জনাই যে বিয়াৰ পাছত মই সদায়ে কাম কৰাটো তেওঁ পছন্দ নকৰে।’ বিয়াৰ পাছত চিনেমাত কাম কৰিবলৈ অমিতাভে পৰামৰ্শ দিয়ে যদিও লগতে কয় তেওঁ যাতে ভাল পৰিচালকৰ ছবিতহে চাইন কৰে। ১৯৭৩ চনৰ ৩ জুনত দুয়ো অনুষ্ঠুপীয়াকৈয়ে বিবাহ কাৰ্য সমাপম কৰে। এই জনপ্ৰিয় দম্পত্তিহালে বৰ্তমানলৈ একেলগে ৪৯ টা বসন্ত অতিক্ৰম কৰিছে।

ইপিনে ২০১৪ চনত ৰাষ্ট্ৰীয় এক সংবাদমাধ্যমৰ আগত অমিতাভ বচ্চনে কৈছিল, ‘মই জয়াক সন্মান কৰো। বিয়াৰ পাছত জয়াই চিনেমাতকৈ মোৰ সংসাৰখন ধৰি ৰখাতহে বেছি মনোযোগ দিলে। এনেকুৱাও নহয় যে মই জয়াক চিনেমাজগত সম্পূৰ্ণ বাদেই দিয়া বুলি কৈছিলো। কিন্তু জয়াই নিজেই এই সিদ্ধান্ত গ্ৰহণ কৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ
জীৱনশৈলী

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

April 7, 2026
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
Next Post
জ্বলে মাত্ৰ কেইটামান বাল্ব! এমাহতেই বিল আহে ১ লাখ ৩০ হাজাৰ, কি হৈছে মঙলদৈ বিদ্যুত বিভাগৰ?

জ্বলে মাত্ৰ কেইটামান বাল্ব! এমাহতেই বিল আহে ১ লাখ ৩০ হাজাৰ, কি হৈছে মঙলদৈ বিদ্যুত বিভাগৰ?

খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন…

খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.