• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন…

খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন…

4 years ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 minutes ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

36 minutes ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

1 hour ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

1 hour ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

2 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

3 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

3 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

4 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

4 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

5 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

6 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন…

editor by editor
October 29, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
খেয়ালী মন! বিবাহৰ দিনাই হোমৰ গুৰিত দিপালী বৰঠাকুৰৰ কাষত শুই পৰিছিল দৰা নীলপৱন…
0
SHARES
25.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খেয়ালী মন৷ শিল্পী তেওঁ৷ পশ্চিমবংগৰ অসম ভৱনত দিপালী বৰঠাকুৰক দেখিয়েই প্ৰেমত পৰিছিল শিল্পী নীলপৱন৷ সেইদিনা শান্তি নিকেতনৰ পৰা তেওঁ ফাইন আৰ্টচত ডিগ্ৰী শেষ কৰি ওলাই আহিছিল৷ তেওঁ তেতিয়া কেৱল নীলপৱন নাছিল, তেতিয়ালৈ তেওঁ শিল্পী নীলপৱন হৈ পৰিছিল৷ সন্মুখত সম্ভাৱনাময় এক ভৱিষ্যত৷ সম্ভাৱনাময় ভৱিষ্যত জানো প্ৰেমৰ আগত হেঙাৰ হ’ব? হ’বই নোৱাৰে৷ দিপালী বৰঠাকুৰৰ অসুস্থতাও হেঙাৰ হ’ব নোৱাৰে৷ শিল্পী মন, বহেমিয়ান মন, ঘৰ-সংসাৰ এইবোৰ তেওঁৰ বাবে তেতিয়ালৈ কল্পনাৰো অগোচৰ৷

কিন্তু দিপালীক পাবলৈ সলনি হ’ব লাগিব৷ দায়িত্বশীল হ’ব লাগিব৷ অসুখীয়া প্ৰেয়সীক আলৈ-আথানি কৰিব নোৱাৰি৷ দিপালীৰ বাবেই নীলপৱন সলনি হৈছিল৷ ঘৰবন্ধাৰ হেঁপাহ এটাই মনত উক দি উঠিছিল৷ ভাৱিলেই যেতিয়া ৰৈ থকাৰ জানো সময় আছে? লগে লগেই বিবাহৰ প্ৰস্তাৱ লৈ দিপালী বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃৰ কাষলৈ গৈছিল নীলপৱন বৰুৱা৷

পোনতে দিপালী বৰঠাকুৰৰ ভাতৃয়ে এই বিবাহত সন্মতি দিবলৈ টান পাইছিল যদিও নীলপৱনৰ জেদ কিন্তু নকমিল৷ দিপালী বৰঠাকুৰক তেওঁ বিয়া কৰাবই৷ কথামতেই ১৯৭৬ চনৰ ৭ মাৰ্চত বিবাহৰ দিন ধ্যাৰ্য হ’ল দিপালী-নীলপৱনৰ৷ বিয়াৰ দিনটোৰ এটা বিশেষ কথাই সকলোকে হাঁহিৰ খোৰাকো দিছিল৷ বিয়াত হোমৰ গুৰিতেই সেইদিনা শুই পৰিছিল নীলপৱন বৰুৱা৷ নীলপৱন বৰুৱাৰ নৱগ্ৰহত অন্তেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সময়তে তেওঁৰ বহেমিয়াম মনটোৰ কথা প্ৰকাশ কৰিলে শিক্ষাবিদ গংগাপদ চৌধুৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

May 18, 2026
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে
জীৱনশৈলী

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

May 18, 2026
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

May 18, 2026
Next Post
স্মৃতি জীয়াই ৰাখিবই লাগিব! ২৬ বছৰে জয়দেৱে মুখত লৈ ফুৰিছে এটা জলফাই গুটি, আঁৰৰ কাৰণ কি?

স্মৃতি জীয়াই ৰাখিবই লাগিব! ২৬ বছৰে জয়দেৱে মুখত লৈ ফুৰিছে এটা জলফাই গুটি, আঁৰৰ কাৰণ কি?

অসমৰ তেওঁ মহিলা চণ্ডাল! বুকুত পেছমেকাৰ লগাই ধৃতিমালাই শ্মশানত কৰিছে বহুতৰে সৎকাৰ

অসমৰ তেওঁ মহিলা চণ্ডাল! বুকুত পেছমেকাৰ লগাই ধৃতিমালাই শ্মশানত কৰিছে বহুতৰে সৎকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.