• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

2 years ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

24 minutes ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

48 minutes ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

1 hour ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

2 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

2 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

3 hours ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

3 hours ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

4 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

5 hours ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

6 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

7 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

editor by editor
September 15, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত
0
SHARES
562
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

ভাৰতীয় চিনেমাৰ এগৰাকী এনে অভিনেতা যাৰ বিষয়ে আজিও ক’লে পোনেই মনলৈ আহে শক্তিশালী কণ্ঠ আৰু সুদক্ষ অভিনয়। লগতে আহে মোগেম্বো খুচ হোৱা ডায়েলগ। হয়, সেই অভিনেতাগৰাকীৰেই কথা কোৱা হৈছে। যাৰ প্ৰতিটো চৰিত্ৰই আজিৰ তাৰিখতো বিশেষ। অমৰেশ পুৰী।

হিন্দী চিনেমাৰ শ্ৰেষ্ঠ আৰু ভয়ংকৰ খলনায়কৰ কথা যেতিয়াই হয়, তেতিয়াই প্ৰথমে মনলৈ আহে প্ৰবীণ তথা প্ৰয়াত অভিনেতা অমৰেশ পুৰীৰ নাম। বলীউডৰ ইতিহাসত অমৰেশ পুৰীৰ দৰে আন কোনো খলনায়ক নাই।

অমৰেশ পুৰীয়ে নিজৰ উপস্থিতিৰে নায়ককো দুৰ্বল কৰি চুলিছিল চিনেমাত। অমৃশ পুৰী চাহাবে নিজৰ ওখ শৰীৰ, শক্তিশালী কণ্ঠ আৰু আচৰিত অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিছিল।

সদ্যহতে অমৰেশ পুৰীৰ পুত্ৰ ৰাজীৱ পুৰীয়ে দিয়া সাক্ষাৎকাৰত পিতৃৰ শেষ দিনৰ কাহিনী বৰ্ণনা কৰিছে। ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত ৰাজীৱ পুৰীয়ে পিতৃ অমৰেশ পুৰীৰ বিষয়ে কয় যে, ‘২০০৩ চনত হিমাচল প্ৰদেশত গুদ্দু ধনোয়াৰ ছবি ‘জাল: দ্য ট্ৰেপ’ৰ শ্বুটিং চলি আছিল। অমৰেশ পুৰীৰ দুৰ্ঘটনা তাতেই সংঘটিত হয়।

সেই শ্বুটিঙতেই অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পুৰী চাহাব। মুখমণ্ডল আৰু চকুৰ আঘাতৰ লগতে বহু ৰক্ত ক্ষৰণো হৈছিল। লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতেই চিকিৎসকে তেওঁক তেজৰ প্ৰয়োজন বুলি কয়।
তেজ দিয়াও হৈছিল যদিও সেই সময়ছোৱাত হাস্পতালৰ কিবা এটা ভুল হৈছিল যাৰ কাৰণে পাছলৈ অমৰেশ পুৰীৰ তেজৰ লগত জড়িত ৰোগ মাইলোডিছপ্লাষ্টিক চিনড্ৰম হৈছিল।

এই ঘটনাৰ পিছতেই অমৰেশ পুৰীয়ে নিজেই উপলব্ধি কৰিছিল মৃত্যু সমাগত। লাহে লাহে ৰক্তহীনতা হ’বলৈ ধৰিছিল অভিনেতাগৰাকীৰ। কিন্তু তেওঁৰ ইচ্ছাশক্তি দৃঢ় আছিল

অসুস্থতাৰ সময়তো অমৰেশ পুৰীয়ে বহু ছবিৰ শ্বুটিং কৰিছিল। ‘কাচ্চি চড়ক’, ‘মুঝছে ছাদি কৰোগী’, ‘হলচল’ আৰু ‘এটৰাজ’ৰ দৰে ছবি কৰিছিল। পুত্ৰ ৰাজীৱৰ মতে, অসুস্থতাৰ মাজতো ২০০৪ চনৰ ভিতৰত সকলো ছবিৰ কাম সম্পূৰ্ণ কৰিছিল। পিছত অমৰেশ পুৰীৰ মগজুৰ ৰক্তক্ষৰণ হয় আৰু ২০০৫ চনত তেখেতৰ মৃত্যু হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorAmresh Puribollywood actorIndian Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’
বিনোদন

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

October 25, 2026
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?
জীৱনশৈলী

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

October 25, 2026
Next Post
মুখৰ ভিতৰত হৈছে নেকি এনে ধৰণৰ ঘাঁ, মিনিটতে এই পদ্ধতিৰে ঠিক হ’ব সকলো

মুখৰ ভিতৰত হৈছে নেকি এনে ধৰণৰ ঘাঁ, মিনিটতে এই পদ্ধতিৰে ঠিক হ'ব সকলো

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.