• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

2 years ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

39 minutes ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

1 hour ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

1 hour ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

2 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

3 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

4 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

5 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

7 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

9 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

editor by editor
September 15, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত
0
SHARES
462
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

আজি ১৫ ছেপ্টেম্বৰ তাৰিখে পুৱাই সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা। এখন ঘৰৰ ৫ জন সদস্যই অকালতে হেৰুৱাই প্ৰাণ। গাঁৱৰ ৰাইজৰ ৰোষত পৰি প্ৰাণ হেৰুৱাব লগা হয় পৰিয়ালটোৱে।

লাঠি-জোঙেৰে মৰিয়াই মৰিয়াই মাৰি পেলাই পৰিয়ালৰ দুগৰাকী মহিলাসহ ৫গৰাকীক। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে চত্তীশগড়ত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ডাইনি সন্দেহতেই এই ঘটনা ঘটে।

আজি পুৱা গাঁৱৰ সকলো লোক এক ঠাইত একত্ৰিত হৈ হাতে হাতে লাঠি লৈ পৰিয়ালটোৰ ঘৰলৈ বুলি ৰাওনা হয়। ক’লা যাঁদু কৰাৰ সন্দেহত ডাইনী বুলি পৰিয়ালটোক ঘৰৰ চোতালে গণপ্ৰহাৰ কৰে।

সেই গণপ্ৰহাৰতে ঘটনাস্থলীতে প্ৰাণ ত্যাগ কৰে ৫ জনেই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে কেইবাজনো অভিযুক্তকো আটক কৰি থানালৈ নিয়ে।

বৰ্তমানে আৰক্ষীয়ে পৰিয়ালটোৰ চুবুৰীকায় সোধপোচ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লগতে অন্য অভিযুক্তৰ সন্ধানত নামি পৰিছে। বৰ্তমানে কেৱল ৫ জনক হে আটক কৰিব পাৰিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে আৰু অধিক লোক জড়িত আছিল এই ঘটনাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chhattisgarhFamily DiedVillager killedWitchwitch-hunting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
Next Post
বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ, ফোন কৰি মাতি গোটেই নিশা কোঠাত

আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ, ফোন কৰি মাতি গোটেই নিশা কোঠাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.