• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

2 years ago
থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

1 hour ago
পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

পুনৰ আকাশলংঘী হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞৰ ডাঙৰ ভৱিষ্যদ্বাণী!

2 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

EPFO 3.0: লাখ লাখ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! বছৰৰ শেষত UPI ৰে পৰা পোনপটীয়াকৈ সোমাব প্ৰভিডেণ্ট ফাণ্ডৰ ধন!

2 hours ago
অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

4 hours ago
চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ট্ৰাকৰ চেপাত ডেলিভাৰী বয়ৰ মৃ*ত্যু, গুৱাহাটীৰ জয়ানগৰত ভয়াৱহ পথ দুৰ্ঘটনা

17 hours ago
বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ নকৰিব! নহ’লে হেকাৰৰ হাতত পৰিব ব্যক্তিগত তথ্য!

বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ নকৰিব! নহ’লে হেকাৰৰ হাতত পৰিব ব্যক্তিগত তথ্য!

17 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

বৰদিনত জন্ম হোৱা শিশুৰ ভাগ্য আৰু স্বভাৱ কেনেকুৱা? জানক জ্যোতিষশাস্ত্ৰই কি কয়

17 hours ago
নাগৰিকত্বৰ পূৰ্বেই ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ

নাগৰিকত্বৰ পূৰ্বেই ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ

18 hours ago
কেৱল ধুনীয়া দেখাৰ বাবে নিপিন্ধিব ৰূপৰ চেইন, ডাঙৰ ভুল কৰিছে আপুনি!

কেৱল ধুনীয়া দেখাৰ বাবে নিপিন্ধিব ৰূপৰ চেইন, ডাঙৰ ভুল কৰিছে আপুনি!

18 hours ago
ডিচেম্বৰত সলনি হ’ব গ্ৰহৰ গতিবিধি, প্ৰেম, চাকৰি, ধন আৰু পৰিয়ালৰ ক্ষেত্ৰত মাহটো কেনেকুৱা হ’ব জানক

ডিচেম্বৰত সলনি হ’ব গ্ৰহৰ গতিবিধি, প্ৰেম, চাকৰি, ধন আৰু পৰিয়ালৰ ক্ষেত্ৰত মাহটো কেনেকুৱা হ’ব জানক

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব, কাৰ সন্মুখত আহিব নতুন প্ৰত্যাহ্বান?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

editor by editor
September 15, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ এগৰাকী অভিনেতাৰ পত্নী চিকিমৰ ৰাণী, জানেনে কোন

বলীউডৰ এগৰাকী অভিনেতা চিকিমৰ ৰজাৰ জোঁৱাই। চিকিমৰ ৰাণীক বিয়া কৰাইছে হিন্দী চিনেমাৰ অন্যতম বিখ্যাত খলনায়ক ডেনি ডেনজংপাই। ৭০ৰ দশকৰ পৰা ৯০ দশকলৈকে তেওঁ খলনায়ক হিচাপে বলীউডত আধিপত্য বিস্তাৰ কৰিছিল। তেওঁৰ শক্তিশালী কণ্ঠ ডাঙৰ পৰ্দাত দৰ্শকৰ হৃদয় জয় কৰিছিল।

ডেনি ডেংজংপাই নিজৰ কেৰিয়াৰত বহু কেইখন চবিত বিশেষ বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ বহু চৰিত্ৰ আজিলৈকে অমৰ। সেই ডেনীৰেই সুন্দৰী পত্নীয়ে সৌন্দৰ্যৰ ক্ষেত্ৰত বলীউডৰ সুন্দৰীসকলক কঠোৰ প্ৰতিযোগিতা দিয়ে। বিবাহৰ ৩৪ বছৰৰ পাছতো ডেনিৰ পত্নী গাৱা ডেনজংপাই নিজৰ সৌন্দৰ্য্যৰে সকলোৰে হোচ উৰুৱাই দিয়ে।

ডেনি ডেংজংপাৰ পত্নী ছিকিমৰ ৰাণী। তেওঁৰ ফটোবোৰ দেখিলে আপুনিও তেখেতৰ সৌন্দৰ্য্যত মোহিত হব। গাভা ছিকিমৰ ৰাজপৰিয়ালৰ পৰা অহা।

১৯৪৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ছিকিমৰ গেংটকত জন্মগ্ৰহণ কৰা ডেনিয়ে ৪০ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত গাভাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ১৯৯০ চনত গাভা আৰু ডেনিৰ বিবাহ হয়। তেতিয়া ডেনিৰ বয়স আছিল ৪২ বছৰ।

বিয়াৰ পিছত ডেনি আৰু গাভা দুটা সন্তানৰ পিতৃ-মাতৃ হয়। দম্পতীহালৰ কন্যাৰ নাম পেমা ডেনজংপা। কিন্তু পেমা ডেনজংপা পিতৃৰ দৰে লাইমলাইটত নাথাকে। লাইমলাইটৰ পৰা আঁতৰি থাকি ভাল পায় পেমাই। গাভা আৰু ডেনিৰ ৰিনজিং ডেনজংপা নামৰ এজন পুত্ৰ সন্তানো আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorDeny DengjompaIndian Movie IndustrySikkim Queen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

থাইৰয়ডৰ ভয়ংকৰ শত্ৰু এই ৬ বিধ খাদ্য! খোৱাৰ পূৰ্বে হওক সাৱধান

November 29, 2026
অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক
ক্ৰীড়া

অকলে ২৮১ ৰান, ইতিহাস ৰচনা বৈভৱ সূৰ্যবংশীৰ! সন্তানক কেনেকৈ বৈভৱৰ দৰে আত্মবিশ্বাসী কৰি তুলিব জানক

November 29, 2026
চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!
জীৱনশৈলী

চিপছৰ পেকেটত বায়ু কিয় বেছি থাকে? কাৰণ জানি হাঁহি ৰখাব নোৱাৰিব!

November 29, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

বৰদিনত জন্ম হোৱা শিশুৰ ভাগ্য আৰু স্বভাৱ কেনেকুৱা? জানক জ্যোতিষশাস্ত্ৰই কি কয়

November 28, 2026
Next Post
আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ, ফোন কৰি মাতি গোটেই নিশা কোঠাত

আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ, ফোন কৰি মাতি গোটেই নিশা কোঠাত

গৰ্ভাৱস্থাত কিয় মাটি আৰু টেঙা খাবলৈ অধিক মন যায়, কি কৰিব ইয়াৰ উপায়

গৰ্ভাৱস্থাত কিয় মাটি আৰু টেঙা খাবলৈ অধিক মন যায়, কি কৰিব ইয়াৰ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.