• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

6 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

4 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

5 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

6 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

6 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

7 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

8 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

9 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

9 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

10 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

কেৱল মোবাইলত ভিডিঅ' recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?

editor by editor
December 15, 2025
in অসম, বিবিধ, ভাৰত
0
কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি? নে তেওঁলোকে তাইক নি নিজস্ব কোঠা নিদিয়াটো crime আছিল? অমৃতপ্ৰভাৰ সপক্ষে বিশেষ পোষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতীৰ, কি লিখিছে সামাজিকমাধ্যমত?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ মৃত্যুত অমৃতপ্ৰভাক কিয় হত্যাকাৰী সজোৱা হৈছে বুলি দাবী কৰিছে দীগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীৰ৷ ভাস্বতী ভাৰতীয়ে লিখিছে, ‘কিছু মনৰ কথা কওঁ। আপোনালোকে দায় দোষ নধৰিব l জুবিন দাৰ মৃত্যুৰ দিন ধৰি জীৱনটো সহজ, স্বাভাৱিক হৈ থকা নাই l অকল মোৰেই নহয় প্ৰতিজন মানুহৰে একেই অনুভৱ l এটি কোণত সকলোৱেই কঢ়িয়াই লৈ ফুৰিছোঁ এক শূণ্যতাক।কাৰণ তেওঁ আছিল আমাৰ প্ৰেৰণা, সাহস, মৰম, ভালপোৱা, গৌৰৱ …এক কথাত আমাৰ উশাহ। এই ৰিক্ত মনত অলকানন্দা বোৱাবলে জুবিন দা আৰু কাহানিও নাহে। সেয়া আমি মনি ল’ব পৰা নাই।
সমান্তৰালভাৱে আন এক কথাই মনটোক বৰকৈ কষ্ট দি আছে। বিষয়- Amritprava Mahanta ….কি পৰিস্থিতিত পৰি ইমান ডাঙৰ শাস্তি পাবলৈ গৈ আছে সেয়া আমাৰ বাবে এক নুবুজা সাঁথৰ ।….কেৱল মোবাইলত ভিডিঅ’ recording কৰাটোৱেই তেওঁৰ crime আছিল নেকি??নে তেওঁলোকে তাইক নি নিজস্ব কোথা নিদিয়াটো crime আছিল? নে Siddhartha sharmai তেওঁক ধমকি দিয়াটো তাইৰ crime আছিল…. বহু কথাই আমনি কৰি আছে। আচলতে হৈছিল কি?
Video footage Amritpravaই ৰাইজক বিলাই দিছিল জানো! ?সেয়াতো এতিয়ালৈ প্ৰমাণেই নহ’ল। Zubeen Garg ৰ দৰে বিশেষ, বিশাল ব্যক্তিত্বৰ গৰাকী এজন, যিয়ে toilet গ’লেও মানুহে recording কৰিব খোজে তেওঁ সাগৰত সাঁতুৰি থকা ভিডিঅ’ মই দেখিলে মইওঁ হয়তো কৰিলোঁ হয়…আপোনালোকে নকৰিলে হয়নে? যিহেতু সকলোৰে হাতে হাতে মোবাইল থাকে…
এতিয়া আহিছো অমৃতপ্ৰভা ছোৱালীজনীৰ বিষয়ে…
যাক আদালতে শাস্তি দিয়াৰ আগতেই আমি ( ৰাইজে)শাস্তি দিয়ে পেলালোঁ…যেনে তাই বিষপ্ৰভা, বেয়া চৰিত্ৰৰ, জুবিন দাক তায়েই মাৰিলে…জুবিন দাক চিৰি হিচাবে ব্যৱহাৰ কৰিলে career গঢ়াৰ নামত ইত্যাদি ইত্যাদি… প্ৰশ্ন হয়…তাইৰ বিষয়ে আপোনালোকে এইবোৰ কথা জানি লিখিছে, নে নজনাকে?
আপোনালোকে তেওঁক জানেনে??…kindly mobile skip নকৰিব কাৰোবাৰ বিষয়ে বেয়াকে লিখা বা কোৱাটো বৰ সহজ….কিন্তু সম্পূৰ্ণ কৈ নজনাকে কাৰোবাক জানো অপবাদ দিয়া যায়? মই যি জানো…সেয়াহে লিখিম l নজনা কথা নিলিখোঁ l…Zubeen da যদি আজি জীয়াই থাকিলে হয়…এইবোৰ সহ্য কৰিব নোৱাৰিলে হয়..সেয়া ডাঠি কব পাৰোঁ….( Singapore যোৱা বাকীবোৰৰ বিষয়ে মই কব খুজা নাই. যিহেতু তেওঁলোকৰ কথাবোৰ নাজানো)
মাহৰ প্ৰায় 20 ta দিনতেই গান, নাচ কৰি busy থকা এই ছোৱালীজনী জুবিন দাই লগত এনেই নিয়া নাছিল । তাইৰ talent দেখিয়েই অভিভূত হৈছিল দাদাই…লগতে অত্যন্ত স্বাভিমান থকা amritprava যি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান এখনৰ তেওঁ শ্ৰেষ্ঠা গায়িকা আৰু শ্ৰেষ্ঠা নৃত্যশিল্পী সেয়া দেখি আমিও তেওঁৰ প্ৰতিভাৰ সৈতে চিনাকী হৈছিলোঁ l পদ্মভূষণ যতীন্ গোস্বামী দেৱৰ পৰা আদি কৰি সত্ৰীয়া আৰু কথক নৃত্যৰ বিশেষ পাৰদৰ্শিতা থকা Amrit prava কিছুদিনৰ ভিতৰতে সকলোৰে( সমাজৰ বিশিষ্ট ব্যক্তি)মৰমৰ হৈ পৰিছিল….ভাইমন দা চিনেমা খনৰ এৰা এৰি #eraeri গীতটো ও জুবিন দাই এটা version Amritpravak গাবলৈ দিছিল….সেয়াই নহয় 2015 – 16 বৰ্ষতে Amritpravai দুখনকৈ অসমীয়া বোলছবিত গীত গাইছিল….যিটো জুবিন দাক লগ পোৱাৰ বহু আগৰ কথা….নিজৰ প্ৰতিভাৰ বলত লাহেলাহে জিলিকিব ধৰা এই কোমল কলিটিক লৈ আপোনালোকে গৌৰৱ কৰিব লাগেনে কটু বাক্য ব্যৱহাৰ কৰি তেওঁক শেষ কৰি দিব লাগে?
কথা ক’ব নজনা অমৃতপ্ৰভাই মঞ্চত কথা নকয়।….কাৰণ তেওঁ কথা ক’ব নাজানে..এই কথাটো amritprava ক খুব ভালকৈ জনাবোৰে নিশ্চয় ক’ব…ঘৰৰ আলাসৰ হোৱা বাবে কথা কওঁতে maturity কম….innocence খিনিৰ বাবে জুবিন দা, বন্ধুমহল, পৰিয়াল, সাংস্কৃতিক জগতৰ কিছু লোকৰ তাই প্ৰিয়। কিন্তু নিজ কৰ্ম্ম, কৰ্তব্য হিচাপে পালন কৰি 100% দিয়া এই ছোৱালীজনী নিজৰ দক্ষতাত কোনো প্ৰশ্ন বোধক নাই। …. এগৰাকী Doordarshan ৰ B grade নৃত্য শিল্পী,( classical), চিনেমাৰ নেপথ্য গায়িকা, এগৰাকী choreographer, cottonian, Handique college r best singer, best dancer…পঢ়াত সাংঘাটিক চোকা অমৃতপ্ৰভা।
এতিয়া মোক কওঁক , তেওঁক লৈ আমি গৌৰৱ কৰিব লাগে নে তেওঁক তিৰস্কাৰ কৰিব লাগে!…..প্ৰতিটো খোজতে চম্ভালি খোজ দিয়া ছোৱালীজনী, জুবিন দাই অনুষ্ঠানত নিয়া 2 বছৰো হোৱা নাই….কিন্ত্ত তেওঁৰ এই সাধনা সৰুৰে পৰা চলি আহিছে…
নলবাৰীৰ এটা সাংস্কৃতিক , সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালীজনীক দাদাই গান গাব মাতোতে কিমানক যে শুধিছে…..জুবিন দাই মাতিছে কি কৰো?? মোৰ dance ৰ school, “মা”ৰ dance ৰ school, সত্ৰীয়া অনুষ্ঠান, গানৰ, কথকৰ এইবোৰ চোন আছেই। নিজৰ কৰ্মৰ বলত সৰুতেই বিদেশ দেখা ছোৱলীজনীৰ মই ভাবো Singapore দেখাৰ বৰ বিশেষ হেঁপাহ নাছিল…হেঁপাহ আছিল মাথো জুবিন দাই কৈছে…মই তাত গান গাম, নাচিম…
দাদাক অত্যন্ত ভালপোৱা সহজ, সৰল Amritprava এতিয়া হত্যাকাৰী l কোনোবা youtuber এ ক’লে, তেওঁ গোটেই ৰাতি দাদাক মদ যোগান ধৰিলে… তেওঁ(youtuber) হয়তো সৰু আছিল সেয়েহে নাজানে, তেওঁৰ দেউতাকে Zubeen dar জন্মদিনত এবাৰ মদৰ বটল gift কৰোঁতে কি হাহাঁকাৰ হৈছিল….( আছিলো তাত)।
কোনে কি স্বাৰ্থত কি কৰিছে বা কি কৰিব গৈ আছে মই নাজানোঁ…..কিন্তু যাক লৈ আমি গৌৰৱ কৰিব লাগে…কেৱল মাত্ৰ এটা media byte ত তেওঁৰ ব্যক্তিত্ব কলৈ, পৰিয়ালক লৈ কিছুমান mem বনোৱা হ’ল…ইটোক দেখি সিটোই কৰি কথা ডাঙৰ হৈ amritprava villain হৈ পৰিল…
Amritpravai যদি Zubeen dar শেষ সময়ৰ video বোৰ নকৰিলে হয় আমিচোন একো গমেই নাপালোঁ হয়.. তাত কি ঘটিছিল…
শেষৰ video পোৱা গ’ল.. কিন্তু ৰাইজক দেখুওৱা নহ’ল…
এতিয়া কথা হ’ল…
কাৰোবাৰ স্বাৰ্থৰ বাবে ( ব্যক্তিগত, ৰাজহুৱা) এনেকুৱা প্ৰতিভা সম্পন্ন ছোৱালীজনীৰ ঘৰৰ বা তেওঁৰ নিজৰ যদি কিবা অঘটন হয় তাৰ দায়িত্ব আপুনি মই ল’মনে?….সেয়া কিন্তু ক্ষমাৰ যোগ্য নহ’ব….যিয়ে
এনেকুৱা কৰি আছে তেওঁলোকৰো নিশ্চয় সন্তান আছেl ..এবাৰ ভাবিবচোন Zubeengarg r দৰে প্ৰিয়, সকলোৰে মৰমৰ শিল্পী এগৰাকীয়ে যদি আপোনাৰ সন্তানৰ প্ৰতিভা দেখি গান গাবলৈ কিম্বা নাচিবলৈ মাতে, আপুনি নপঠাবনে????. বহুত কষ্ট কৰি আহি এইখিনি ঠাই তেওঁ পাইছে…
যদি দুবছৰ আগত Zubeen dai তেওঁক মঞ্চত গাবলৈ নামাতিলে হেতেন আজিৰ তেওঁৰ এই দুৰ্দশা নহয়….
বলিৰ পঠা যেন কোনো নহয় l আমাক সম্পূৰ্ণ সত্য লাগে। ৰাইজক বিভ্ৰান্ত নকৰিব 🙏🏻..মনত ৰাখিব আমি গঢ়িবও পাৰো…ভাঙিবওঁ পাৰোঁ…
অমৃতপ্ৰভাক তেওঁৰ “মা” দেউতাই airport ত থ’বলৈ যাওঁতে জুবিন দাই দেউতাকৰ চকুত চকুপানী দেখি কৈছিল -“মই আছো নহয় আপুনি চিন্তা নকৰিব”….হয়তো জুবিন দাই তাইক সুৰক্ষা দিব….তাইৰ সন্মান ঘূৰাই আনি দিব…
আমাক সত্য জানিব দিয়ক 🙏🏻 দোষীৰ চৰম শাস্তি হওঁক… নিৰ্দোষীৰ মুক্তি হওঁক।
মোৰ কথাখিনিয়ে কাৰোবাক কষ্ট দিছে যদি ক্ষমা🙏🏻 বিচৰাছোঁ।এইখিনি জনোৱাটো মোৰ দায়িত্ব বুলি ভাবিলোঁ…
অসমীয়াই হীৰা এটুকুৰা হেৰালোঁ যে …আমি সৰ্বস্বান্ত…
কিন্ত্ত মোৰ আইক ভাল পাওঁ বুলিলেই আনৰ আইক জানো ঘিণ কৰাটো বুজাব…’
#JusticeForZubeenGarg
#justiceforAmritprava

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

'কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !' মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.