• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…

চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…

3 years ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

20 minutes ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

1 hour ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

4 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

4 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

5 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

6 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

7 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

7 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…

মাজুলীত আনন্দ মিশ্ৰৰ প্ৰথম প্ৰতিক্ৰিয়া

editor by editor
December 27, 2023
in অসম
0
চাকৰি এৰি নিজৰ গাঁৱলৈ যাম, কাম কৰিম…
0
SHARES
720
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ভাৰতীয় অসামৰিক সেৱাৰ পৰা অব্যাহতি বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আই পি এছ আনন্দ মিশ্ৰই। ২০২৪ৰ ১৬জানুৱাৰীৰ লৈকে কৰ্তব্য পালন কৰিব আই পি এছ বিষয়াগৰাকীয়ে। বৰ্তমান লখিমপুৰত কৰ্মৰত আনন্দ মিশ্ৰ ২৭ডিচেম্বৰত উপস্থিত হয় মাজুলীত।

সপৰিয়ালে মাজুলীত উপস্থিত হৈ সত্ৰত বন্তিও প্ৰজ্বলন কৰে মিশ্ৰই। এই বিষয়ৰ সন্দৰ্ভত আনন্দ মিশ্ৰই প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এতিয়া কাৰ্যালয়ৰ প্ৰক্ৰিয়াৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব। মই মোৰ সিদ্ধান্তৰ কথা পত্ৰযোগে জনাইছো।’

ইফালে ৰাজনীতিলৈ অহাৰ সন্দৰ্ভত আনন্দ মিশ্ৰই হাঁহি মাৰি বিশেষ একো নকলেও এই কথাক নস্যাত নকৰিলে। মিশ্ৰই সাংবাদিকৰ আগত কয়- অব্যাহতি লোৱাৰ পাছত কি হয় দেখা যাব। প্ৰথমে এই কামটো ভালকৈ হৈ যাওক। কি কৰিম একো ভৱা নাই। কিন্তু গাঁৱত থাকিম আৰু গাঁৱতে কাম কৰিম।”

উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ মিশ্ৰৰ এই অব্যাহতি পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ইফালে চৰ্চা হৈছে যে, ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিবলৈকে আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি বিচাৰিছে। ২০১১বৰ্ষৰ অসম-মেঘালয়ৰ কেডাৰৰ আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ  সমষ্টিৰ পৰা ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে বুলি চৰ্চা হৈছে।  চাকৰি ত্যাগ কৰি ফেব্ৰুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি এই সমষ্টিত প্ৰচাৰ অভিযান চলাব বুলিও জানিব গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
Next Post
ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

মানুহ বেচি নামাতেঃ নতুন বছৰত প্ৰিয়ংকাৰ ভনীয়েকৰ বিয়া…

মানুহ বেচি নামাতেঃ নতুন বছৰত প্ৰিয়ংকাৰ ভনীয়েকৰ বিয়া...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.