• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

3 years ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

21 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

37 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

1 hour ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?

আনন্দ মিশ্ৰৰ বিজেপি গমনৰ আঁৰত হিমন্ত বিশ্ব শৰ্মাৰ হাত!

editor by editor
December 27, 2023
in Uncategorized
0
ফীডবেক ভালঃ আনন্দ মিশ্ৰৰ কথা অমিত শ্বাহক কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?
0
SHARES
715
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত আমূল পৰিৱৰ্তন সাধিবলৈ ছুপাৰকপ আনন্দ মিশ্ৰ বিজেপিলৈ গমন কৰাটো প্ৰায় ১০০শতাংশ নিশ্চিত হল। সামাজিক আৰু ব্যক্তিগত কামবোৰ স্বাধীনচিতীয়াকৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশাসনিক সেৱাৰ চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিৰ পৰা টিকট লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। পিছে ২০২৪ৰ ১৬জানুৱাৰীত চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই কেতিয়া বিজেপিত যোগদান কৰিব! আনন্দ মিশ্ৰই শেহতীয়াকৈ ব্যক্ত কৰিছে যে, চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছতে পিছৰ কাৰ্যপন্থা গ্ৰহণ কৰা হব।

প্ৰাপ্ত খবৰ অনুসৰি, বহুদিনৰে পৰাই আনন্দ মিশ্ৰই বিজেপিৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগত আছে। দিল্লীত একাধিকবাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে আনন্দ মিশ্ৰ। এসপ্তাহৰ আগতেও দিল্লীত বহুকেইদিন বাহৰ পাতি আছিল আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ নতুন ৰাজনৈতিক যাত্ৰাত সহায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। দুৰ্গা পূজাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি আনন্দ মিশ্ৰই ৰাজনৈতিক যাত্ৰাৰ সন্দৰ্ভত অৱগত কৰিছিল।

আনন্দ মিশ্ৰৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনন্দ মিশ্ৰৰ ভাল ফীডবেক আছে বুলি অমিত শ্বাহক জনোৱাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা আছে বুলিও কৈছিল। আনন্দ মিশ্ৰই বিজেপিৰ গমনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো কথাই প্ৰকাশ কৰা নাই যদিও সাংবাদিকে সোধা প্ৰশ্নত পোনপতীয়াকৈ না বুলিও কোৱা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ মিশ্ৰক ২০২৪ত বিজেপিৰ পৰা টিকট প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে। বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চুবে সাংসদ হৈ থকা সমষ্টিটোত ইতিমধ্যে আওপকীয়াকৈ প্ৰচাৰ আৰম্ভ কৰিছে আনন্দ মিশ্ৰই। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে। ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এই সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
মানুহ বেচি নামাতেঃ নতুন বছৰত প্ৰিয়ংকাৰ ভনীয়েকৰ বিয়া…

মানুহ বেচি নামাতেঃ নতুন বছৰত প্ৰিয়ংকাৰ ভনীয়েকৰ বিয়া...

আধা ঘন্টা প্ৰধানমন্ত্ৰী মোদীৰ কাষত বহক আৰু ১০বছৰৰ জ্ঞান একেলগে লৈ লওক…

আধা ঘন্টা প্ৰধানমন্ত্ৰী মোদীৰ কাষত বহক আৰু ১০বছৰৰ জ্ঞান একেলগে লৈ লওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.