• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

2 years ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

51 minutes ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

2 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

3 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

4 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

4 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

5 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

5 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

6 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

7 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

editor by editor
January 21, 2024
in অসম, জীৱনশৈলী, ভাৰত
0
অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমত আৰু মাত্ৰ কেইটামান দিনহে আছে আনন্দ মিশ্ৰ। ইতিমধ্যে লখিমপুৰৰ পৰা বিদায় লৈ তেওঁ মহানগৰীত উপস্থিত হৈছে। মহানগৰীত উপস্থিত হৈয়েই আকৌ এবাৰ অসমৰ প্ৰশংসাত পঞ্চমুখ আনন্দ মিশ্ৰ। বিদায়পৰত আনন্দ মিশ্ৰই ক’লে, ‘এখন পত্ৰলৈ অপেক্ষা কৰি আছো। বস্তু বাহানি মই পঠিয়াই দিলো। মুঠ ৭বছৰ মই অসমত আছো। মই ৭ বছৰত অসমীয়া শিকিছো। অসমীয়া মই কেনেকৈ শিকি গ’লো মই নিজেও নাজানো। অসমীয়াৰ সমান ধুনীয়া ভাষা জানো পৃথিৱীত আছে! অসমীয়া ভাষা বিৰাট ছুইট, ক’লে কৈ থাকিব মন যায়। মই অসমীয়া ভাষাৰ নিজা এটা কেৰেক্টাৰ দেখা পাওঁ। অসমৰ পৰা মই এসপ্তাহমানৰ পাছতেই গৈ আছো। অসমত থাকি মই এটা ডাঙৰ কথা শিকিছো। অসমীয়া মানুহে নাটক কৰে, অসমীয়া মানুহ সঁচাকৈয়ে ভাল। অসমীয়া মানুহে মৰমৰ প্ৰতিদান নিবিচাৰে। অসমীয়া মানুহে মোক মৰম দি কি পাইছেনো?

মইতো একো দিব পৰা নাই। অসমে মোক এই শিক্ষাও দিছে যে, কেতিয়াও কাৰো বাবে বেয়া নকৰিব। অসমীয়া মানুহে মোক এই কথা শিকাইছে। মই য’তেই নাথাকো কিয় এই কথা মই এৰিব নোৱাৰো। অসমে দিয়া শিক্ষা মই সদায়ে মানি চলিম। অসমে দিয়া ভালপোৱাক মই কেনেকৈ পাহৰিম। মোৰ সকলো মানুহৰ প্ৰতিয়েই দৃষ্টি একেই। এজন হোমগাৰ্ডেৰ মূৰত অশোক স্তম্ভ থাকে। একেই স্তম্ভ আমাৰ মূৰত আছিল। আমাৰ কাম বেলেগ বেলেগ সেইবুলি তেওঁ তলৰ কৰ্মী বুলি মই কেতিয়াও নাভাৱো। সকলোৰে নিজা ৰেংক আছে।

মুখ্যমন্ত্ৰীয়ে কিবা এটা মন্তব্য কৰিলে বহুতে মোক টাৰ্গেট কৰি কোৱা বুলি ভাৱে কিন্তু, মোৰ নিচিনা বহুত অফিচাৰ আছে। বহুতে মোৰ দৰে গীতাৰ বজাই, মোকেই তেওঁ কৈছে বুলি মই ভৱাই নাই। মানুহে মোক কোৱা বুলি ভাৱে। কোনোবাই মোক লৈ জেলাছ হৈছে বুলি মই কাহানিও ভৱা নাই। মই আজি ডেকা হৈ আছো, কাইলৈ বুঢ়া হ’ম তেতিয়া নিজক উভতি চাম, যদি ডেকাকালৰ কাহিনীয়ে নাথাকে তেন্তে ডেকাকাল বুলিনো কি থাকিল। ভালৰ লগত মই সদায়ে ভাল, বেয়াৰ লগত মোতকৈ কঠোৰ নাপাব। মই বেয়াৰ বিৰুদ্ধে উগ্ৰ হমেই। মই নিজৰ খঙক কণ্ট্ৰল কৰিবলৈকে মই হাঁহি থাকো। মই এজন ট্ৰেইনিং লোৱা আৰক্ষী অফিচাৰ গতিকে মই আৰক্ষী হিচাপে মই মোৰ ডিউটি পালন কৰিছো। মানুহে মোক নগাওঁৰ ইনচিডেণ্টক লৈ আঙুলিয়াই থাকে, মই সেই কাম কৰা নাই। মই জীৱনত নিৰীহ মানুহৰ বিৰুদ্ধে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। সেই ঘটনাৰ সময়ত মোৰ কভিড হৈ আছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
Next Post
কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.