• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

3 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

8 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

8 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

8 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

9 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

10 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

10 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

11 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

12 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

13 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

13 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

editor by editor
January 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ দিনাই ভৰি উঠিছে চৰকাৰৰ কোষাগাৰ। বছৰ বছৰ ধৰি মোটা অংকৰ টকা হাতলৈ আহিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ প্ৰশাসনৰ হাতলৈ। নৱ নিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধনৰ সময়তে SBI য়ে দিছে চাঞ্চল্যকৰ তথ্য। সোমবাৰে পুৱা সৰযূ নদীৰ পাৰত ৰাম জন্মভূমিত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। প্রধানমন্ত্ৰী মোদীয়েই প্ৰাণ প্ৰতিষ্ঠা কৰিছে ৰামৰ। ৰাম মন্দিৰৰ এই মেগা উদ্বোধনৰ সময়তে ষ্টেট বেংকে প্ৰকাশ কৰিছে তথ্য। SBIৰ সমীক্ষা ৰিপৰ্ট অনুসৰি ২০২৫ আৰ্থিক বছৰত অতিৰিক্ত ২০ৰ পৰা ২৪ হাজাৰ কোটি টকা উপাৰ্জন কৰিব যোগী চৰকাৰে। কেৱল সেয়াই নহয় চলিত বছৰত কৰৰ জৰিয়তেই ২.৫ কোটি টকা আয় কৰিব যোগী চৰকাৰে। ইয়াৰোপৰি ২০২৩ চনৰ তুলনাত ২০২৪ চনত অযোধ্যা যাত্ৰাত পৰ্যটকৰ খৰচ দ্বিগুণ হ’ব বুলিও এই ৰিপৰ্টত দাবী কৰিছে SBIয়ে।

ষ্টেট বেংকৰ অধিকাৰীসকলে দাবী কৰামতে চলিত বছৰৰ শেষত ৰাম জন্মভূমিত পৰ্যটনৰ খৰচ বাঢ়ি ৪ লাখ কোটি হ’বগৈ। অযোধ্যাত ভৰি দিলেই ভক্তই খৰচ কৰিব লাগিব বুজন পৰিমাণৰ ধন। ২০২৩ চনত দেশীৰ পুণ্যাৰ্থীসকলৰ খৰচৰ পৰিমান আছিল ২.২ লাখ কোটি। অন্যহাতে ১০ হাজাৰ কোটি টকা ব্যয় কৰে অযোধ্যালৈ অহা বিদেশী পৰ্যটকে। উল্লেখ্য যে, ২০২২ চনত অযোধ্যালৈ আহিছিল ২.২১ কোটি পৰ্যটক। বিগত বছৰত সেই সংখ্যা ২০০শতাংশ বাঢ়ি হৈছেগৈ ৩২ কোটি। কেৱল সেয়াই নহয় বিগত বছৰৰ এই সংখ্যা আৰু বৃদ্ধি হৈছে। চলিত বছৰত এই সংখ্যা আৰু বাঢ়ি ৫০ কোটি হ’বগৈ বুলি অনুমান কৰিছে SBI-য়ে।

সমীক্ষাৰ ৰিপৰ্টৰ পাছতেই উত্তৰপ্ৰদেশৰ আৰ্থিক নীতিক ভূয়সী প্ৰশংসা কৰিছে ষ্টেট বেংকে। এছ বি আইৰ দাবী ২০২৪ চনৰ ভাৰতৰ অৰ্থনীতি যেতিয়া ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হ’ব তেতিয়া যোগী ৰাজ্যৰ GDP-ৰ পৰিমাণ ৫০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। বৰ্তমান উত্তৰপ্ৰদেশৰ GDPৰ পৰিমান ২৪.৪ লাখ কোটি। এই বছৰৰ শেষত সেই সংখ্যা ২৯৮ বিলিয়ন ডলাৰ হ’বগৈ বুলি দাবী কৰিছে SBIয়ে।

উল্লেখ্য যে, অযোধ্যাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰি কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব। সৰযূ নদীৰ পাৰত আৰম্ভ হ’ব বহু বিলাসী হোটেলৰ লগতে শ্বপিং মল নিৰ্মাণৰ কামো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
Next Post
ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.